Class 8 New Science 1 Chapter 5 MCQ’s Jatiya Bidyalaya | ধাতু আৰু ইয়াৰ ব্য়ৱহাৰ | AJB Class 8 New Science 1 Chapter 5 | MCQ’s Assamese Medium | Class 8 New Science 1 Chapter 5 | MCQ’s Type Question Answer |

Chapter- 5

ধাতু আৰু ইয়াৰ ব্য়ৱহাৰ

১। প্ৰকৃতিত মুঠ কিমানটা মৌল পোৱা গৈছে ?়

(ক) ৭৪ টা

(খ) ৮৫ টা

(গ) ৯২ টা

উত্তৰ- (গ) ৯২ টা ।

২। বিজ্ঞানীয়ে পৰীক্ষাগাৰত প্ৰস্তুত কৰি এতিয়ালৈকে মুঠ কিমানটা মৌলৰ সৃষ্টি কৰে ?

(ক) ৮৯

(খ) ১০৯

(গ) ১২৩

উত্তৰ- (খ) ১০৯ ।

৩। তাপ আৰু বিদ্য়ুতৰ সুপৰিবাহী মৌলক কি বোলা হয় ?

(ক) ৰূপ

(খ) তাম

(গ) ধাতু

উত্তৰ- (গ) ধাতু ।

৪। প্ৰকৃতিত পোৱা ৯২ টা মৌলৰ পাৰ কিমানটা ধাতু ?

(ক) ৮৮ টা

(খ) ৭০ টা

(গ) ৬২ টা

উত্তৰ- (খ) ৭০ টা ।

৫। প্ৰকৃতিত মাথোঁ কিমানটা ধাতু মুক্ত অৱস্থাত আছে ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰ- (ক) ২ টা ।

৬। প্ৰকৃতিত মাটি, শিল আদিৰ লগত ধাতুসমূহ মিহলি হৈ থাকে। সেইবোৰক কি বোলে ?

(ক) খনিজ পদাৰ্থ

(খ) মণিক

(গ) খনিজ পদাৰ্থ বা মণিক

উত্তৰ- (গ) খনিজ পদাৰ্থ বা মণিক ।

৭। ধাতু নিষ্কাশন কাৰ্যক মূল কেইটা ভাগত ভাগ কৰিব পাৰি ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰ- (খ) ৩ টা ।

৮। ধাতুসমূহক কিমানটা ভাগত ব্য়ৱহাৰ কৰিব পাৰি ?

(ক) ৫ টা

(খ) ৪ টা

(গ) ৩ টা

উত্তৰ- (গ) ৩ টা ।

৯। সংকৰ ধাতুত কিমান শতকৰা ভাগ বিশুদ্ধ ধাতু পোৱাটো কঠিন ?

(ক) ১০০ ভাগ

(খ) ২০০ ভাগ

(গ) ৩০০ ভাগ

উত্তৰ- (ক) ১০০ ভাগ ।

১০। ধাতুৰ ক্ষয়ীভৱন ৰোধ কৰিবলৈ সততে লোৱা ব্য়ৱস্থাসমূহ কেইপ্ৰকাৰৰ ?

(ক) ২ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ৬ প্ৰকাৰৰ

উত্তৰ- (খ) ৪ প্ৰকাৰৰ ।

১১। প্ৰকৃতিত মাথোঁ কেইটামান ধাতু কি অৱস্থাত থাকে? 

(ক) যুক্ত অৱস্থাত

(খ) মুক্ত অৱস্থাত

(গ) ধৰ্ম অৱস্থাত

উত্তৰ- (খ) মুক্ত অৱস্থাত ।

১২। ধাতুৱে সাধাৰণতে অক্সিজেন, পানী আৰু কিহৰ লগত বিক্ৰিয়া কৰে? 

(ক) ৰাসায়নিকৰ লগত

(খ) ছিলভাৰ লগত

(গ) এছিডৰ লগত

উত্তৰ- (গ) এছিডৰ লগত ।

১৩। ধাতুকল্প এবিধ কি?

(ক) আইৰণ

(খ) কপাৰ

(গ) আছেনিক

উত্তৰ- (গ) আছেনিক ।

১৪। বিদ্য়ুৎপ্ৰৱাহ ব্য়ৱহাৰ কৰি প্ৰলেপ দিয়া প্ৰক্ৰিয়াক কি বোলা হয়?

(ক) মামৰ বোলা হয়

(খ) আকৰিক বোলা হয়

(গ) বিদ্য়ুৎলেপন বোলা হয়

উত্তৰ- (গ) বিদ্য়ুৎলেপন বোলা হয় ।

১৫। ছডিয়াম মেগনেছিয়ামতকৈ বেছি সক্রিয় হ’ব নে?

(ক) হ’ব

(খ) নহব

উত্তৰ- (ক) হ’ব ।

১৬। থাৰ্ম’মিটাৰ, বেৰ’মিটাৰ আদিত কি ব্য়ৱহাৰ হয়?

(ক) মামৰ

(খ) মাৰ্কাৰি

(গ) আইৰণ

উত্তৰ- (খ) মাৰ্কাৰি ।

১৭। ছডিয়াম মেগনেছিয়ামতকৈ বেছি সক্রিয় নে?

(ক) হয়

(খ) নহয়

উত্তৰ- (ক) হয় ।

১৮। এলুমিনিয়াম ধাতুৰ আকাৰিকৰ নামটো কি?

(ক) গেলেনা

(খ) ৰেড হেমেটাইট

(গ) বক্সাইট

উত্তৰ- (গ) বক্সাইট ।

১৯। সাধাৰণ উষ্ণতাত পানীৰ লগত বিক্রিয়া কৰি হাইড্র’জেন প্রস্তুত কৰা ধাতুটো কি?

(ক) কেলছিয়াম

(খ) ছডিয়াম

(গ) কপাৰ

উত্তৰ- (খ) ছডিয়াম ।

২০। পিতল এবিধ কি?

(ক) যৌগ

(খ) মৌল

(গ) সংকৰ ধাতু

উত্তৰ- (গ) সংকৰ ধাতু ।

Type by- Bikul Mandal