Class 8 New Science 2 Chapter 13 MCQ’s Assam Jatiya Bidyalaya | চাপ | AJB Class 8 New Science 2 Chapter 13 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 13 | MCQ’s Type Question Answer |

Chapter-13

চাপ

১। একক কালিৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বলৰ পৰিমাণক কি বোলা হয় ?

(ক) ঘৰ্ষণ

(খ) চাপ

(গ) নিঃসৰিত

উত্তৰঃ (খ) চাপ।

২। বায়ুৰ চাপ জোখা সঁজুলিটোৰ নাম কি

(ক) থাৰ্ম’মিটাৰ

(খ) মেন’মিটাৰ

(গ) বেৰ’মিটাৰ

উত্তৰঃ (খ) মেন’মিটাৰ।

৩। কি চাপৰ ওজনৰ বাবে তৰল চাপৰ সৃষ্টি হয়

(ক) গাত

(খ) তৰল

(গ) ঘূৰ্ণী

উত্তৰঃ (খ) তৰল।

৪। তৰল পদাৰ্থই পাত্ৰৰ ক’ত ক’ত চাপ দিয়ে

(ক) তলিত আৰু গাতত

(খ) চোকত আৰু গাতত

(গ) বাহিৰত আৰু গাতত

উত্তৰঃ (ক) তলিত আৰু গাতত।

৫। কোনো ঠাইৰ ওপৰেদি জোৰেৰে বতাহ বলিলে সেই ঠাইতো কি চাপৰ সৃষ্টি হয়

(ক) নিম্ন চাপৰ

(খ) উচ্চ চাপৰ

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) নিম্ন চাপৰ।

৬। বায়ুমণ্ডলীয় চাপ জোখা যন্ত্ৰটোৰ নাম কি

(ক) বেৰ’মিটাৰ

(খ) মেন’মিটাৰ

(গ) থাৰ্ম’মিটাৰ

উত্তৰঃ (ক) বেৰ’মিটাৰ।

৭। সাগৰ পৃষ্ঠৰ পৰা কিমান কিল’মিটাৰ পৰ্য্যন্ত উচ্চতালৈ বায়ু পোৱা যায়

(ক) ৯০০০ কিল’মিটাৰ

(খ) ১০০০০ কিল’মিটাৰ

(গ) ১১০০০ কিল’মিটাৰ

উত্তৰঃ (খ) ১০০০০ কিল’মিটাৰ।

৮। তলৰ কোনটো কটা-ছিঙা কামত ব্যৱহাৰ নহয়

(ক) দা

(খ) বটালি

(গ) বায়ু

উত্তৰঃ (গ) বায়ু।

৯। বায়ুত অগণন ক্ষুদ্ৰ ক্ষুদ্ৰ কিহেৰে গঠিত

(ক) পানীৰে

(খ) কণিকাৰে

(গ) এমিবাৰে

উত্তৰঃ (খ) কণিকাৰে।

১০। পকা বেৰত সৰু-সুৰা বস্তু ওলোমাই থ’বলৈ আজিকালি এবিধ যতন পোৱা যায় তাক ইংৰাজীত কি বোলা হয়

(ক) ৰাবাৰ চাকাৰ

(খ) চাপ

(গ) বল

উত্তৰঃ (ক) ৰাবাৰ চাকাৰ।

১১। বায়ুৱে কি দিয়ে

(ক) তাপ

(খ) পানী

(গ) চাপ

উত্তৰঃ (গ) চাপ।

১২। চাপ ক’ৰ পৰা সৃষ্টি হয়

(ক) তাপৰ

(খ) বল

(গ) পানী

উত্তৰঃ (খ) বল।

১৩। ইটাৰ কেইটা অৱস্থা থাকে

(ক) দুটা

(খ) তিনিটা

(গ) পাঁচটা

উত্তৰঃ (খ) তিনিটা।

১৪। চাপ, বল আৰু কালিৰ মাজত সম্পৰ্ক হ’ল

(ক) চাপ=বল/কালি

(খ) চাপ=কালি/বল

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) চাপ=বল/কালি।

১৫। আমি কণিকাবোৰ চকুৰে মণিব

(ক) পাৰো

(খ) নোৱাৰো

(গ) কেতিয়াবা পাৰো

উত্তৰঃ (খ) নোৱাৰো।

১৬। মাধ্যাকৰ্ষণ বল ক’ৰ পৰা সৃষ্টি হয় ?

(ক) বায়ুৰ পৰা

(খ) তাপৰ পৰা

(গ) পানীৰ পৰা

উত্তৰঃ (ক) বায়ুৰ পৰা।

১৭। বায়ুৰ ওজন

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছে।

১৮। সাগৰ পৃষ্ঠ পৰা ওপৰলৈ উচ্চতা বাঢ়িলে কিহৰ চাপ কমে

(ক) বায়ুমণ্ডলৰ

(খ) চাপৰ

(গ) বলৰ

উত্তৰঃ (ক) বায়ুমণ্ডলৰ।

১৯। জোৰেৰে বতাহ বলিলে কিহৰ সৃষ্টি হয় ?

(ক) নিম্ন চাপৰ

(খ) উচ্চ চাপৰ

(গ) চাপৰ

উত্তৰঃ (ক) নিম্ন চাপৰ।

২০। তলৰ কোনটো তৰল পদাৰ্থ নহয় ?

(ক) পানী

(খ) কেৰাচিন

(গ) কটাৰী

উত্তৰঃ (গ) কটাৰী।

Type By- Subhas Nath