Class 8 New Science 2 Chapter 14 MCQ’s Assam Jatiya Bidyalaya | শব্দ | AJB Class 8 New Science 2 Chapter 14 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 14 | MCQ’s Type Question Answer |

Chapter-14

শব্দ

শব্দ

১। শব্দৰ ইংৰাজীত কি বোলা হয় ?

(ক) Sound

(খ) Voice Box

(গ) Larynx

উত্তৰঃ (ক) Sound।

২। শব্দ সৃষ্টি হ’বলৈ কি লাগিব

(ক) পানী

(খ) তাপ

(গ) কম্পন

উত্তৰঃ (গ) কম্পন।

৩। বায়ুশূন্য স্থানৰ মাজেদি কিহে গতি কৰিব নোৱাৰে ?

(ক) পানী

(খ) শব্দ

(গ) কম্পন

উত্তৰঃ (খ) শব্দ।

৪। আমাৰ কাণে কিমান সীমাৰ ভিতৰত শব্দহ গ্ৰহণ কৰিব পাৰে ?

(ক) ২০ হাৰ্টজৰ পৰা ৩০,০০০

(খ) ২০ হাৰ্টজৰ পৰা ২০,০০০

(গ) ২০ হাৰ্টজৰ পৰা ৫০,০০০

উত্তৰঃ (খ) ২০ হাৰ্টজৰ পৰা ২০,০০০।

৫। মানুহে সাধাৰণতে ভাল নোপোৱা শব্দটো হ’ল

(ক) সংগীত

(খ) কথা

(গ) কোলাহল

উত্তৰঃ (গ) কোলাহল।

৬। শব্দ প্ৰদূষণে আমাৰ স্বাস্থ্যত কি প্ৰভাব পেলাই

(ক) ইতিবাচক

(খ) নেতিবাচক

(গ) কঠিন

উত্তৰঃ (খ) নেতিবাচক।

৭। শব্দৰ বিস্তাৰ  কেইটা ভাগত ভগাব পাৰি

(ক) দুটা

(খ) তিনিটা

(গ) ছয়টা

উত্তৰঃ (খ) তিনিটা।

৮। কোলাহলটোক ইংৰাজীত কি বোলা হয় ?

(ক) Music

(খ) Noise

(গ) Amplitude

উত্তৰঃ (খ) Noise।

৯। তলৰ কোনটো শব্দ প্ৰদূষণৰ মূল কাৰক নহয়

(ক) গাড়ী মটৰৰ ইঞ্জিন

(খ) হৰ্ণ

(গ) সংগীত

উত্তৰঃ (গ) সংগীত।

১০। চিকিৎসক সকলে হৃদযন্ত্ৰৰ স্পন্দন শুনিবলৈ আৰু জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰে ?

(ক) বেৰ’মিটাৰ

(খ) মেন’মিটাৰ

(গ) ষ্টেথ’স্ক’প

উত্তৰঃ (গ) ষ্টেথ’স্ক’প।

১১। কি পদাৰ্থৰ মাজেদি শব্দৰ বেগ বেছি হয় ?

(ক) পাতল

(খ) তৰল

(গ) কঠিন

উত্তৰঃ (গ) কঠিন।

১২। আমাৰ কাণৰ বাহিৰৰ অংশত এটা কি আছে ?

(ক) টেংকী

(খ) চুপি

(গ) বাটি

উত্তৰঃ (খ) চুপি।

১৩। জলতৰংগ নামেৰে কি আছে ?

(ক) লেৰিংছ

(খ) সাংগীতিক বাদ্য

(গ) শব্দৰ বাকছ

উত্তৰঃ (খ) সাংগীতিক বাদ্য।

১৪। শব্দ বাকছ বা লেৰিংছৰ মাজেদি কেইডাল স্বৰ ৰজ্জু বা ভকেল কৰ্ড আছে ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা।

১৫। ১ ছেকেণ্ডত কেইবাৰ দোলন সম্পূৰ্ণ কৰে ?

(ক) ১ বাৰ

(খ) ৩ বাৰ

(গ) ৫ বাৰ

উত্তৰঃ (ক) ১ বাৰ।

১৬। ১ হাৰ্টজ কিমান ছেকেণ্ড

(ক) ১ ছেকেণ্ড

(খ) ৫ ছেকেণ্ড

(গ) ১০ ছেকেণ্ড

উত্তৰঃ (ক) ১ ছেকেণ্ড।

১৭। সিংহৰ মাতত কম্পনৰ বিস্তাৰ

(ক) বেছি

(খ) কম

(গ) কেতিয়াবা কমে

উত্তৰঃ (ক) বেছি।

১৮। গাড়ীৰ ইঞ্জিন আদিত কি লগাব লাগিব

(ক) হাইপাৰটেনছন

(খ) ছাইলেন্সিং

(গ) নিদ্ৰাহীনতা

উত্তৰঃ (খ) ছাইলেন্সিং।

১৯। শব্দ এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ কিহৰ প্ৰয়োজন

(ক) বায়ুৰ

(খ) মাধ্যমৰ

(গ) তাপৰ

উত্তৰঃ (খ) মাধ্যমৰ।

২০। গোটা, জুলীয়া আৰু গেছীয় একো মাধ্যম নাথাকিলে শব্দৰ বিস্তাৰ হ’ব

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নোৱাৰে।

Type By- Subhas Nath