Class 8 New Science 2 Chapter 19 MCQ’s Assam Jatiya Bidyalaya |উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ | AJB Class 8 New Science 2 Chapter 19 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 19 | MCQ’s Type Question Answer |

Chapter-19

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

১। জৈৱবৈচিত্ৰ্য কেইটা স্তৰত ভগাব পাৰি ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (খ) তিনি।

২। অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত উদ্যান দুখন কি কি ?

(ক) কাজিৰঙা আৰু মানাহ

(খ) দীপৰ বিল আৰু ৰাজীৱ

(গ) নামেৰী আৰু দিহিং

উত্তৰঃ (ক) কাজিৰঙা আৰু মানাহ।

৩। অসমত সংৰক্ষিত বনৰ সংখ্যা কিমান ?

(ক) ২১২

(খ) ৩১২

(গ) ৫১২

উত্তৰঃ (খ) ৩১২।

৪। ভাৰতত কলচী উদ্ভিদ প্ৰাকৃতিক পৰিৱেশত পোৱা ঠাই হ’ল—

(ক) মেঘালয়

(খ) উত্তৰাখণ্ড

(গ) অসম

উত্তৰঃ (গ) অসম।

৫। ভাৰতত বিশ্ব ঐতিহ্য স্বীকৃতি প্ৰাপ্ত সংখ্যা কিমান ?

(ক) ১৩ খন

(খ) ২৪ খন

(গ) ৩৪ খন

উত্তৰঃ (গ) ৩৪ খন।

৬। কাজিৰঙা ৰাষ্ট্ৰীয় মাটিকালি কিমান ?

(ক) ৯৫০ বৰ্গ কিঃমিঃ

(খ) ৩৫০ বৰ্গ কিঃমিঃ

(গ) ৪৫৮.৯৮ বৰ্গ কিঃমিঃ

উত্তৰঃ (গ) ৪৫৮.৯৮ বৰ্গ কিঃমিঃ।

৭। আমাৰ দেশত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে ?

(ক) ১০৫ খন

(খ) ১০৮ খন

(গ) ১১২ খন

উত্তৰঃ (ক) ১০৫ খন।

৮। অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে ?

(ক) ৪ খন

(খ) ৬ খন

(গ) ৮ খন

উত্তৰঃ (খ) ৬ খন।

৯। তলৰ কোনটো  বনাঞ্চল ধ্বংস কাৰণ নহয় ?

(ক) ভূমিকম্প

(খ) বানপানী

(গ) বৰষুণ

উত্তৰঃ (গ) বৰষুণ।

১০। তলৰ কোনটো প্ৰাকৃতিক সম্পদৰ প্ৰধান উৎস–

(ক) অৰণ্য

(খ) ৰাষ্ট্ৰীয় উদ্যান

(গ) প্ৰব্ৰজন

উত্তৰঃ (ক) অৰণ্য।

১১। কাগজ উদ্যোগত কি ব্যবহাৰ কৰে ?

(ক) প্লাষ্টিক

(খ) গছ

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ) গছ।

১২। গছ-গছনি কমি গলে কি বাঢ়িব ?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সিজেন

(গ) নাইট্ৰজেন

উত্তৰঃ (খ) কাৰ্বন-ডাই-অক্সিজেন।

১৩। জৈৱবৈচিত্ৰ্য তথা বন্যপ্ৰাণীৰ সংৰক্ষণৰ ব্যৱস্থাসমূহক প্ৰধানত—

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা।

১৪। তলৰ কোনটো পানী প্ৰদূষণৰ কাৰণ নহয়—

(ক) পানী লেটেৰাকৈ ৰাখিব লাগে

(খ) পানী টেংকীত পানী বিশুদ্ধ ভাবে ৰাখিব লাগ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পানী টেংকীত পানী বিশুদ্ধ ভাবে ৰাখিব লাগ।

১৫। তলৰ কোন খন ৰাষ্ট্ৰীয় উদ্যান নহয় —

(ক) নামেৰে

(খ) দিহিং

(গ) ৰাজীৱ গান্ধী

উত্তৰঃ (খ) দিহিং।

১৬। এটা অঞ্চলত জীৱৰ প্ৰজাতিৰ ভিন্নতা আৰু প্ৰাচুৰ্য্য়ক কি প্ৰজাতি বোলে ?

(ক) জিনীয় বৈচিত্ৰ্য়

(খ) প্ৰজাতি বৈচিত্ৰ্য়

(গ) পৰিৱেশ তন্ত্ৰৰ বৈচিত্ৰ্য়

উত্তৰঃ (খ) প্ৰজাতি বৈচিত্ৰ্য়।

১৭। একে চাৰিত্ৰিক বৈশিষ্ট্য়যুক্ত আৰু নিজৰ মাজত প্ৰজননক্ষম জীৱৰ সমষ্টিক কি বোলে ?

(ক) প্ৰজাতি

(খ) বৈচিত্ৰ্য়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) প্ৰজাতি।

১৮। ভ্ৰমণ কৰা প্ৰজাতিবোৰক কি প্ৰজাতি বোলে ?

(ক) পৰ্যটক

(খ) প্ৰব্ৰজিত প্ৰজাতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰব্ৰজিত প্ৰজাতি।

১৯। অৰণ্য় প্ৰাকৃতিক সম্পদৰ কি ?

(ক) উৎস

(খ) প্ৰধান উৎস

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰধান উৎস।

২০। কাগজ কি গছেৰে বনোৱা হয় ?

(ক) শিলিশা গছেৰে

(খ) আম গছেৰে

(গ) বাঁহ গছেৰে

উত্তৰঃ (গ) বাঁহ গছেৰে।

Type By- Subhas Nath