Class 8 New Science 2 Chapter 4 MCQ’s Assam Jatiya Bidyalaya |চৌপাশৰ বস্তুবোৰ-ধাতু আৰু অধাতু | AJB Class 8 New Science 2 Chapter 4| MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 4 | MCQ’s Type Question Answer |

Chapter-4

চৌপাশৰ বস্তুবোৰ-ধাতু আৰু অধাতু

১। তাঁৰ বোৰ কিহেৰে নিৰ্মিত?

(ক) কাপোৰ

(খ) প্লাষ্টিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কাপোৰ।

২। তাঁৰ বাহিৰে আনবোৰ পৰ্দাথ সনাদ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়।

৩। পদাৰ্থ বোৰক কি বোলা হয়?

(ক) অধাতু

(খ) ধাতু

(গ) লোৰ

উত্তৰঃ (ক) অধাতু।

৪। ফছফৰাছ এবিধ বৰ সক্ৰিয়?

(ক) ধাতু

(খ) লোৰ

(গ) অধাতু

উত্তৰঃ (গ) অধাতু।

৫। অধাতুবোৰ পানীৰ সৈতে বিক্ৰিয়া?

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নকৰে।

৬। আইৰন আৰু কপাৰ এবিধ?

(ক) অধাতু

(খ) ধাতু

(গ) মৌল

উত্তৰঃ (গ) মৌল।

৭। কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

৮। গজাল কিহেৰে তৈয়াৰী?

(ক) আইৰন

(খ) কপাৰ

(গ) কয়লা

উত্তৰঃ (ক) আইৰন।

৯। গজালৰ দ্যুতি?

(ক) আছে

(খ) নাই

(গ) এটাও নহয়

উত্তৰঃ (ক) আছে।

১০। অধাতুৰ সংখ্যা কিমান থাকে?

(ক) ২০ তকৈ বেছি

(খ) ২০ তকৈ কম

(গ) নে ২০ ছে

উত্তৰঃ (খ) ২০ তকৈ কম।

১১। যি ধৰ্মৰ ফলত নতুন ধৰ্মৰ সৃষ্টি হয় তাক?

(ক) ৰাসায়নিক ধৰ্ম

(খ) গলনাংক

(গ) মৌলিক ধৰ্ম

উত্তৰঃ (ক) ৰাসায়নিক ধৰ্ম।

১২। প্ৰাকৃতিকভাৱে থকা মৌলৰ সংখ্যা হৈছে?

(ক) ৯২

(খ) ৯৪

(গ) ৯৬

উত্তৰঃ (খ) ৯৪।

১৩। তলৰ কোনটো ধাতুৰে তৈয়াৰী নহয়?

(ক) কাপোৰ

(খ) কটাৰী

(গ) হেতা

উত্তৰঃ (ক) কাপোৰ।

১৪। মৌল কেইপ্ৰকাৰৰ?

(ক) ৩ প্ৰকাৰৰ

(খ) ৫ প্ৰকাৰৰ

(গ) ৮ প্ৰকাৰৰ

উত্তৰঃ (ক) ৩ প্ৰকাৰৰ।

১৫। ধাতুৱে এছিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে?

(ক) অপসাৰণ

(খ) লৱণ আৰু হাইড্ৰ’জেন

(গ) নমনীয় আৰু ঘাতসহনীয়

উত্তৰঃ (খ) লৱণ আৰু হাইড্ৰ’জেন।

১৬। একে ধৰণৰ কণাৰে গঠিত পদাৰ্থবোৰক কি বোলে?

(ক) ধাতু

(খ) অধাতু

(গ) মৌল

উত্তৰঃ (গ) মৌল।

১৭। ধাতুৰ ধৰ্ম?

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নাই

উত্তৰঃ (ক) আছে।

১৮। পটাছিয়াম ধাতু অতি?

(ক) কোমল

(খ) টান

(গ) জুলীয়া

উত্তৰঃ (ক) কোমল।

১৯। আইৰনে তাপ পৰিবহন ?

(ক) নকৰে

(খ) কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কৰে।

২০। আইৰনে অক্সিজেনৰ লগত বিক্ৰিয়া?

(ক) কৰে

(খ) নকৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) কৰে।

Type By- Subhas Nath