Class 8 New Science 2 Chapter 5 MCQ’s Assam Jatiya Bidyalaya | কয়লা আৰু পেট্ৰ’লিয়াম| AJB Class 8 New Science 2 Chapter 5 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 5 | MCQ’s Type Question Answer |

Chapter-5

কয়লা আৰু পেট্ৰ’লিয়াম

১। বায়ুত কি  জ্বলালে কাৰ্বন-ডাই অক্সাইড গেছ উৎপন্ন হয়?

(ক) কয়লা

(খ) পেট্ৰ’লিয়াম

(গ) নবীকৰণযোগ্য সম্পদ

উত্তৰঃ (ক) কয়লা।

২।  কেৰাচিন জীৱাশ্ম ইন্ধন নহয়

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

৩। আটাইতকৈ কম প্ৰদূষিত ইন্ধনটো হ’ল?

(ক) C.N.G

(খ) L.P.G

(গ) এটাও নহয়

উত্তৰঃ (ক) C.N.G।

৪। তলৰ কোনটো নবীকৰণযোগ্য সম্পদ নহয়?

(ক) সৌৰশক্তি

(খ) বায়ু

(গ) মাটি

উত্তৰঃ (গ) মাটি।

৫। কয়লা ৰং কি?

(ক) বগা

(খ) ক’লা

(গ) ৰঙা

উত্তৰঃ (খ) ক’লা।

৬। জীৱাশ্ম ইন্ধনক ইংৰাজীত কি বোলা হয়?

(ক) Fossil fuel

(খ) Carbonisation

(গ) lignite

উত্তৰঃ (ক) Fossil fuel।

৭। অধিক ছালফাৰ থকা কয়লা জ্বলালে কি উৎপন্ন  হয়?

(ক) কাৰ্বন-ডাই-অক্সাইড

(খ) অক্সিজেন

(গ) ছালফাৰ ডাইঅক্সাইড

উত্তৰঃ (গ) ছালফাৰ ডাইঅক্সাইড।

৮। কিমান বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিত জলাহসমূহত অটব্য অৰণ্য আছিল?

(ক) ৩০০ নিযুত বছৰৰ

(খ) ৬০০ নিযুত বছৰৰ

(গ) ৯০০ নিযুত বছৰৰ

উত্তৰঃ (ক) ৩০০ নিযুত বছৰৰ।

৯। কয়লাৰ প্ৰধান উপাদান কি?

(ক) মাটি

(খ) পানী

(গ) কাৰ্বন

উত্তৰঃ (গ) কাৰ্বন।

১০। প্ৰাকৃতিক সম্পদসমূহক বহলভাৱে কেই ভাগত ভগাব পাৰি?

(ক) ২ ভাগত

(খ) ৬ ভাগত

(গ) ১২ ভাগত

উত্তৰঃ (ক) ২ ভাগত।

১১। তলৰ কোন জিলাত কয়লা পোৱা নাযায়?

(ক) মাকুম

(খ) উত্তৰ কাছাৰ

(গ) গোৱালপাৰা

উত্তৰঃ (গ) গোৱালপাৰা।

১২। ভাৰতৰ কোন ৰাজ্যত কয়লা পোৱা যায়?

(ক) মণিপুৰ

(খ) অসম

(গ) মিজোৰাম

উত্তৰঃ (খ) অসম।

১৩। গছৰ ডাল -পাত মাটিত মিহলি হ’লে ?

(ক) পচে

(খ) নপচে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পচে।

১৪। কয়লাৰ কেই প্ৰকাৰৰ?

(ক) ২ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ৯ প্ৰকাৰৰ

উত্তৰঃ (খ) ৪ প্ৰকাৰৰ।

১৫। তলৰ কোনতো কয়লাৰ প্ৰকাৰ নহয়?

(ক) লিগনাইট

(খ) বিটুমিনাছ

(গ) ক’ক

উত্তৰঃ (গ) ক’ক।

১৬। আলকাতৰা কৰ পৰা উৎপন্ন হয়?

(ক) কয়লা

(খ) ক’ক

(গ) প্লাষ্টিক

উত্তৰঃ (ক) কয়লা।

১৭। আলকাতৰা কিমান বিধ পদাৰ্থৰ মিশ্ৰণ?

(ক) ১৫০ বিধ

(খ) ২০০ বিধ

(গ) ৩০০ বিধ

উত্তৰঃ (খ) ২০০ বিধ।

১৮। হাইড্ৰ’জেন, মিথেন আৰু কাৰ্বন মন’ক্সাইড এই গেছবোৰ কিহৰ মিশ্ৰ?

(ক) ক’ল গেছ

(খ) পেট্ৰলজাত

(গ) আলকাতৰা

উত্তৰঃ (ক) ক’ল গেছ।

১৯। কিমান চনত নিউয়ৰ্কত ৰাস্তা পোহৰাবলৈ ক’ল গেছ ব্যবহাৰ কৰিছিল?

(ক) ১৮১০ চনত

(খ) ১৮২০ চনত

(গ) ১৮৪০ চনত

উত্তৰঃ (খ) ১৮২০ চনত।

২০। আজি কালি তাপৰ উৎস হিচাপে কি গেছ ব্যৱহাৰ কৰে?

(ক) ক’ল গেছ

(খ) অক্সিজেন গেছ

(গ) কাৰ্বন-ডাই-গেছ

উত্তৰঃ (ক) ক’ল গেছ।

Type By- Subhas Nath