Class 8 New Science 2 Chapter 6 MCQ’s Assam Jatiya Bidyalaya | দহন আৰু শিখা | AJB Class 8 New Science 2 Chapter 6 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 6 | MCQ’s Type Question Answer |

Chapter-6

দহন আৰু শিখা

১। তাপ আৰু পোহৰ কি পুৰিলে উৎপন্ন হয়?

(ক) মেগনেছিয়া

(খ) মম

(গ) এলপিজি

উত্তৰঃ (ক) মেগনেছিয়া।

২। তাপ উৎপন্ন হোৱা পদ্ধতিটোক কি বোলে?

(ক) শিখা

(খ) গৰম

(গ) দহন

উত্তৰঃ (গ) দহন।

৩। শক্তি উৎপন্ন কৰা পদ্ধতিটোক কি বোলা হয়?

(ক) দীপ্তি

(খ) ইন্ধন

(গ) দহন

উত্তৰঃ (খ) ইন্ধন।

৪। মাইকেল ফেৰাডেৰ কি চনত জন্ম হৈছিল?

(ক) ১৭৫১ চনত

(খ) ১৭৮১ চনত

(গ) ১৭৯১ চনত

উত্তৰঃ (গ) ১৭৯১ চনত।

৫। সহজে জ্বলা পদাৰ্থ কি বোলা হয়?

(ক) অদাহ্য় পদাৰ্থ

(খ) দাহ্য পদাৰ্থ

(গ) ইন্ধন

উত্তৰঃ (খ) দাহ্য পদাৰ্থ।

৬। তলৰ কোনটো দাহ্য় পদাৰ্থ নহয়?

(ক) পানী

(খ) কাগজ

(গ) মিঠাতেল

উত্তৰঃ (ক) পানী।

৭। হাইড্ৰ’জেন গেছ কি?

(ক) দীপ্তি

(খ) কয়লা

(গ) ইন্ধন

উত্তৰঃ (গ) ইন্ধন।

৮। কিমান চনত “The Chemical History of a Candle” নামৰ কিতাপ খন প্ৰকাশ পাইছিল?

(ক) ১৮৪১

(খ) ১৮৫১

(গ) ১৮৬১

উত্তৰঃ (গ) ১৮৬১।

৯। জুইক মানুহে আগতে কি বুলি ভাবিছিল?

(ক) ভূত

(খ) প্ৰভূ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভূত।

১০। নীলা শিখাক কি বোলা হয়?

(ক) দীপ্তিমান

(খ) দীপ্তিহীন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দীপ্তিহীন।

১১। শিখাৰ একেবাৰে তলৰ অংশত নীলা অঞ্চল এই অঞ্চলৰ উষ্ণতা কিমান?

(ক) প্ৰায় 800 C

(খ) প্ৰায় 1200 C

(গ) প্ৰায় 1800 C

উত্তৰঃ (ক) প্ৰায় 800 C।

১২। ৰঙা ফছফৰাছ কিহলৈ ৰূপান্তৰিত হয়?

(ক) বগা ফছফৰাছ

(খ) নীলা ফছফৰাছ

(গ) ইন্ধন

উত্তৰঃ (ক) বগা ফছফৰাছ।

১৩। গেছ অতি দ্ৰুতভাৱে জ্বলা ফলত কি উৎপন্ন হয়?

(ক) দ্ৰব্য

(খ) তাপ আৰু পোহৰ

(গ) ইন্ধন

উত্তৰঃ (খ) তাপ আৰু পোহৰ।

১৪। চি.এন.জি এটা আপেক্ষিকভাৱে কি ইন্ধন?

(ক) প্ৰদূষক

(খ) স্বতঃস্ফূৰ্ত

(গ) পৰিষ্কাৰ

উত্তৰঃ (গ) পৰিষ্কাৰ।

১৫। ভাতৰ পৰা কিমান শক্তি পোৱা যায়?

(ক) 577 KJ

(খ) 625 KJ

(গ) 520 KJ

উত্তৰঃ (গ) 520 KJ।

১৬। তলৰ কোনটো গেছীয় ইন্ধন নহয়?

(ক) ক’ল গেছ

(খ) কয়লা

(গ) হাইড্ৰ’জেন

উত্তৰঃ (খ) কয়লা।

১৭। দহন কেই পৰ্য্যায়ত হব পাৰে?

(ক) এক পৰ্য্যায়ত

(খ) দুই পৰ্য্যায়ত

(গ) তিনি পৰ্য্যায়ত

উত্তৰঃ (খ) দুই পৰ্য্যায়ত।

১৮। মমবাতি শিখাৰ কেইটা অঞ্চল আছে?

(ক) দুই

(খ) চাৰি

(গ) ছয়

উত্তৰঃ (খ) চাৰি।

১৯। কোনবিধ জীৱাশ্ম ইন্ধন নহয়?

(ক) খৰি

(খ) পেট্ৰ’ল

(গ) কেৰাচিন

উত্তৰঃ (ক) খৰি।

২০। মমবাতিৰ শিখাৰ সম্পূৰ্ণ দহন ঘটা অঞ্চলটো হ’ল-

(ক) দীপ্তিহীন

(খ) দীপ্তিমান

(গ) নীলা

উত্তৰঃ (ক) দীপ্তিহীন।

Type By- Subhas Nath