Class 8 New Science 2 Chapter 8 MCQ’s Assam Jatiya Bidyalaya | কোষৰ গঠন আৰু কাৰ্য্য| AJB Class 8 New Science 2 Chapter 8 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter | MCQ’s Type Question Answer |

Chapter-8

কোষৰ গঠন আৰু কাৰ্য্য

১। এটা কোষেৰে গঠিত জীৱক কি বুলি কোৱা হয়?

(ক) এককোষী

(খ) বহুকোষী

(গ) কোষ

উত্তৰঃ (ক) এককোষী।

২। অংগ কিছুমান সৰু অংশপৰ দ্বাৰা গঠিত কি বুলি কোৱা হয়?

(ক) কলা

(খ) প্লাজমাবোৰ

(গ) কোষপ্ৰৰস

উত্তৰঃ (ক) কলা।

৩। সকলো জীৱই কৰ পৰা শক্তি লাভ কৰে ?

(ক) কয়লা

(খ) খাদ্য

(গ) পাচন

উত্তৰঃ (খ) খাদ্য।

৪। সকলো জীৱৰ দেহ কিহেৰে গঠিত

(ক) শ্বসন দ্বাৰা

(খ) পাচন দ্বাৰা

(গ) ক্ষুদ্ৰ ক্ষুদ্ৰ খোটালিৰ দ্বাৰা

উত্তৰঃ (গ) ক্ষুদ্ৰ ক্ষুদ্ৰ খোটালিৰ দ্বাৰা।

৫। ক্ষুদ্ৰ খোটালিবোৰেৰে গঠিত জৈৱিক ক্ৰিয়াবোৰক কি বোলা হয়?

(ক) কোষ

(খ) বায়ু

(গ) পাচন

উত্তৰঃ (ক) কোষ।

৬। কোষবোৰক খালী চকুৰে মনিব

(ক) পাৰি

(খ) নোৱাৰি

(গ) কেতিয়াবা পাৰি

উত্তৰঃ (খ) নোৱাৰি।

৭। কোনজন বৈজ্ঞানিকে পোন প্ৰথমে কোষ লক্ষ্য কৰিছিল?

(ক) ৰৰ্বাট হুক

(খ) আলেকজেণ্ডাৰে

(গ) লুই পেষ্টুৰে

উত্তৰঃ (ক) ৰৰ্বাট হুক।

৮। কিমান চনত এন্টন ভ’ন লিউৱেনহকে জীৱিত কোষ প্ৰত্যক্ষ কৰে?

(ক) ১৬৭১ চনত

(খ) ১৬৬১ চনত

(গ) ১৬৭৪ চনত

উত্তৰঃ (গ) ১৬৭৪ চনত।

৯। ৰৰ্বাট হুক নামৰ বৈজ্ঞানীক জনে কিমান চনত কোষ লক্ষ্য  কৰিছিল?

(ক) ১৬৬৫ চনত

(খ) ১৬৭৪ চনত

(গ) ১৬৮৮ চনত

উত্তৰঃ (ক) ১৬৬৫ চনত।

১০। ৰৰ্বাট হুকে কি কোষ প্ৰত্য়ক্ষ কৰিছিল?

(ক) জীৱিত

(খ) মৃত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মৃত।

১১। কোষবোৰক ইংৰাজীত কি বোলা হয়?

(ক) Nucleus

(খ) Shape of Cell

(গ) Cell

উত্তৰঃ (গ) Cell।

১২। জীৱকোষবোৰক প্ৰধানকৈ কেইভাগত ভগাব পাৰি?

(ক) ২ ভাগত

(খ) ৪ ভাগত

(গ) ৯ ভাগত

উত্তৰঃ (ক) ২ ভাগত।

১৩। কোষৰ ভিতৰত কেবাবিধো অংগাণু কোষপ্ৰসৰত সিঁচৰতি হৈ থাকে তাক কি বোলা হয়।

(ক) কোষপ্ৰৰস

(খ) কোষকেন্দ্ৰ

(গ) কোষাংগাণু

উত্তৰঃ (গ) কোষাংগাণু।

১৪। তলৰ কোনটোত ৰসধানী থাকে

(ক) কোষকেন্দ্ৰ

(খ) কোষপ্ৰৰস

(গ) কোষংগাণু

উত্তৰঃ (খ) কোষপ্ৰৰস।

১৫। পত্ৰহৰিৎ বোৰক ইংৰাজীত কি বোলা হয়।

(ক) Chlorophyll

(খ) Flagella

(গ) Vacuoles

উত্তৰঃ (ক) Chlorophyll।

১৬। হাতীৰ কোষবোৰ এন্দুৰ কোষতকৈ

(ক) ডাঙৰ

(খ) সৰু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ডাঙৰ।

১৭। উট চৰাইৰ কণীৰ ব্যাসাৰ্ধ কিমান

(ক) ১৬০ মিলিমিটাৰ

(খ) ১৫০ মিলিমিটাৰ

(গ) ১৭০ মিলিমিটাৰ

উত্তৰঃ (খ) ১৫০ মিলিমিটাৰ।

১৮। প্ৰাণীৰ ক্ষেত্ৰত দীৰ্ঘতম হ’ল

(ক) স্নায়ুকোষ

(খ) প্ৰকোষকেন্দ্ৰীয়

(গ) মাইক্ৰ’মিটাৰ

উত্তৰঃ (ক) স্নায়ুকোষ।

১৯। প্লাষ্টিড কেই প্ৰকাৰৰ

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ৬ প্ৰকাৰৰ

উত্তৰঃ (খ) ৩ প্ৰকাৰৰ।

২০। ৰাইব’জ’ম কিহেৰে গঠিত

(ক) প্ৰ’টিন আৰু আৰএনএ

(খ) কোষাংগাণু

(গ) কেশৰ

উত্তৰঃ (ক) প্ৰ’টিন আৰু আৰএনএ।

Type By- Subhas Nath