আমাৰ সামাজিক অনুষ্ঠান | অধ্য়ায়-৭ | Chapter 7 | Class 4 Environment Question Answer | আমাৰ সামাজিক অনুষ্ঠান Lesson 7 Question Answer Solution For Assam |

Chapter 7

আমাৰ সামাজিক অনুষ্ঠান

অনুশীলনী

১। উত্তৰ দিয়া ।


(ক) তোমাৰ বিদ্য়ালয়খনৰ নাম কি ?

উত্তৰঃ 


(খ) ডাক-ঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক কি বোলে ?

উত্তৰঃ 


(গ) ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় ?

উত্তৰঃ


(ঘ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে ?

উত্তৰঃ  

২। তোমাৰ বিদ্য়ালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্য়বোৰৰ, যিটো হয় সেইটোত ‘✔’ চিন দিয়া ।

(ক) বিদ্য়ালয়ত জাবৰ-জোথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিদিষ্ট কৰি দিয়া আছে / নাই।

(খ) শৌচ-প্ৰস্ৰাব কৰাৰ বাবে শৌচাগাৰ শৌচাগাৰ আৰু প্ৰস্ৰাব ঘৰ আছে /নাই 

(গ) খোৱা পানীৰ কাৰণে কুঁৱা / দমকল / পুখুৰী / নলী আছে / নাই ।

(ঘ) আমি চৌহদত গছ-গঠনি ৰোওঁ / নোৰোওঁ ।

(ঙ) বিদ্য়ালয় ঘৰটোৰ ভেটি ওখ / চাপৰ ।

(চ) বিদ্য়ালয়ৰ ঘৰটো ৰ’দ পৰা / জোকা লগা ।

(ছ) পানী ওলাই যাবৰ বাবে নলা-নৰ্দমাৰ ব্য়ৱস্থা আছে / নাই ।

উত্তৰঃ 

৩। তলৰ খালী ঠাইত উপযুক্ত শব্দ বহুওৱা ।

(ক) ডাক-ঘৰত চিঠি-পত্ৰৰ উপৰিও _________  ৰ আদান প্ৰদান কৰা হয় ।

(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে __________ চিকিৎসালয় থাকে ।

 

(গ) চিকিৎসালয়ত _____ আৰু _________ ৰোগীৰ চিকিৎসা কৰে ।


(ঘ) আৰক্ষীৰ লোকে দেশৰ ________ ৰক্ষাত সহায় কৰে।


৪। কাগজেৰে চিঠিৰ খাম এটা সাজি উলিওৱা ।

উত্তৰঃ