১) দিলীপ কৰ ৰজা আছিল ?

(ক) কলকতাৰ

(খ) অসম

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।

২) দিলীপৰ পত্নী নাম কি আছিল ?

(ক) সুদক্ষিণা ।

(খ) পাৰ্বতী ।

(গ) লক্ষ্মী ।

উত্তৰ- (ক) সুদক্ষিণা ।

৩) দিলীপ  সন্তান আছিল নে নাই ?

(ক) আছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) নাই

উত্তৰ- (গ) নাই ।

৪) ৰজাই কাৰ বাবে খাদ্য যোগান ধৰিছিল ?

(ক) সুদক্ষিণা ।

(খ) নন্দিনী ।

(গ) নিজৰ কাৰণে ।

উত্তৰ- (খ) নন্দিনী ।

৫) কোনে নন্দিনী সেৱা কৰিব দিছিল ?

(ক) ৰন্তিদেৱ

(খ) বশিষ্ঠ মুনিয়ে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) বশিষ্ঠ মুনিয়ে ।

৬) নন্দিনীয়ে ৰজাক কি বৰ দিছিল ?

(ক) ধন-সম্পত্তি দিছিল

(খ) পুত্ৰ সন্তানৰ দিছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) পুত্ৰ সন্তানৰ দিছিল ।

৭) ৰজাৰ গুৰু কোন আছিল ?

(ক) বশিষ্ঠ মুনি

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) দুষ্যন্ত মুনি

উত্তৰ- (ক) বশিষ্ঠ মুনি ।

৮) ৰজাই সিংহক কিহেৰে মাৰিহলৈ উলিয়াছিল ?

(ক) দা

(খ) তৰোৱাল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) তৰোৱাল ।

৯) সিংহয়ে মানুহৰ মাতেৰে কি কৈছিল ?

(ক) একো কোৱা নাছিল

(খ) ৰজা

(গ) মহাৰজা

উত্তৰ- (গ) মহাৰজা ।

১০) ৰজা দিলীপৰ হাত কি হৈ পৰিল ?

(ক) কাটি গ’ল

(খ) জঠৰ হৈ পৰিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) জঠৰ হৈ পৰিল ।

Type by- Bikul Mandal