AJB Class 3 New Science Chapter 11 | প্ৰাণী | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 11

প্ৰাণী

◻️ প্ৰশ্নাৱলী

১丨 (ক) কোনবোৰ জীৱ প্ৰাণী ?

উত্তৰঃ 

(খ) কোনবোৰ প্ৰাণীক জন্তু বোলে ? 

উত্তৰঃ 

(গ) প্ৰাণীয়ে ক’ৰপৰা আহাৰ গোটাই লয় ? 

উত্তৰঃ 

২丨 (ক) প্ৰাণীয়ে কেনেদৰে চলা-ফুৰা কৰে ?

উত্তৰঃ 

(খ) পানীত থকা প্ৰাণীয়ে  কেনেদৰে চলা-ফুৰা কৰে ?

উত্তৰঃ 

 (গ) চৰাই আৰু পখিলাই কেনেদৰে  চলা-ফুৰা কৰে ?

উত্তৰঃ 

৩丨 কোন ধৰণৰ প্ৰাণী ক’ত থাকে ?
উত্তৰঃ 

৪丨 মানুহৰ শৰীৰৰ বাহিৰত থকা চাৰিবিধ আৰু ভিতৰত থকা          চাৰিবিধ অংগৰ নাম লিখা ।

উত্তৰঃ   

৫丨 (ক) প্ৰাণীয়ে উশাহ কিয় লয় ?

উত্তৰঃ

(খ) হাঁওফাঁওৰ কাম কি ?

উত্তৰঃ

(গ) আহাৰৰপৰা  শক্তি কিহে মুকলি কৰে ? 

উত্তৰঃ 

(ঘ) মাছে কেনেকৈ  অক্সিজেন শুহি লয় ? 

উত্তৰঃ 

(ঙ) প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে ? 

উত্তৰঃ 

(চ) প্ৰাণীয়ে কাৰ্বন ডাই-অক্সাইড গেছ কিয় এৰি দিয়ে ?

উত্তৰঃ 

৬丨 (ক) কোনবোৰ প্ৰাণীক মাংসভোজী বোলে ? 

উত্তৰঃ 

(খ) কোনবোৰ প্ৰাণীক তৃণভোজী বোলে ?

উত্তৰঃ 

 (গ) প্ৰাণীয়ে গা গঠন কৰা বস্তুবোৰ ক’ৰ পৰা পায় ?

উত্তৰঃ 

 (ঘ) প্ৰাণীয়ে শক্তি ক’ৰ পৰা পায় ? 

উত্তৰঃ 

Type by : Pompi Hazarika