AJB Class 3 New Science Chapter 16 | মানুহৰ স্বাস্থ্য | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 16

মানুহৰ স্বাস্থ্য

◻️ প্ৰশ্নাৱলী 

১∣ মানুহে কিয় আহাৰ খাব লাগে ?

উত্তৰঃ

২∣ ভাল স্বাস্থ্যৰ বাবে কেনে ধৰণৰ আহাৰ খোৱা উচিত ?

উত্তৰঃ

৩∣ খোৱাবস্তু বাহিৰেও ভাল স্বাস্থ্যৰ বাবে মানুহে কি কি কৰা উচিত ?

উত্তৰঃ

৪∣ খোৱাবস্তু কিয় ভালকৈ ধুই লোৱা উচিত ?

উত্তৰঃ

৫∣ খোৱাপানী কিয় উতলাই খাব লাগে ?

উত্তৰঃ

৬∣ চাফ-চিকুণকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয় ?

উত্তৰঃ 

৭∣ অংগ মানে কি ?

উত্তৰঃ

৮∣ মানুহৰ শৰীৰৰ সহজে চকুত পৰা পাঁচবিধ অংগৰ নাম লিখা ।

উত্তৰঃ

৯∣ বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ পাঁচবিধ অংগৰ নাম লিখা ।

উত্তৰঃ

১০∣ পুষ্টিকৰ বস্তু কাক বোলে ? 

উত্তৰঃ

১১। হৃৎপিণ্ডৰ কাম কি ?

উত্তৰঃ

১২।  মগজুৰ কাম কি ?

উত্তৰঃ

Type by : Pompi Hazarika