AJB Class 3 New Science Chapter 2 | মাটি, শিল আৰু খনিজ পদাৰ্থ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 2

মাটি, শিল আৰু খনিজ পদাৰ্থ

☐  প্ৰশ্নাৱলী

(১) মাটি কি ?

উত্তৰঃ 

(২) মাটিৰ ঘাই তৰপ কেইটা আৰু কি কি ?

উত্তৰঃ 

(৩) মাটিৰ প্ৰকাৰ কেইটা আৰু কি কি ?

উত্তৰঃ 

8) গছ-গছনিয়ে মাটি কেনেদৰে সংৰক্ষণ কৰে ?

উত্তৰঃ 

(৫) মাটি সকলো জীৱৰ বাবে কিয় প্ৰয়োজন তাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ 

(৬) মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি কিয় ভাল হয় লিখা।

উত্তৰঃ 

(৭) মাটিৰ উপাদান কেইটা কি কি ?

উত্তৰঃ 

(৮) বালীয়া মাটি কেনেকুৱা লিখা ।

উত্তৰঃ 

(৯) বোকা মাটি কেনেকুৱা লিখা ।

উত্তৰঃ 

(১০) হিউমাছ কাক বোলে ? ইয়াৰ প্ৰয়োজন কি ?

উত্তৰঃ 

(১১) সাৰুৱা মাটিয়ে জীৱক বেছি সহায় কৰে । কিয় বাৰু ?

উত্তৰঃ 

(১২) টান শিল এটা কেনেকৈ ধূলিলৈ সলনি হ’ব পাৰে ?

উত্তৰঃ 

(১৩) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া 

(ক) ধানখেতি সকলো মাটিতে ভালদৰে হয়/নহয় ।

উত্তৰঃ 

(খ) মাটিৰ তলত তৰপটো গছ-গছনিৰ বাবে উপযোগী হয়/নহয় ।

উত্তৰঃ 

(গ) গাঁত এটা খান্দিলে তললৈ বেছি টান মাটি পোৱা যায়/নাযায় ।

উত্তৰঃ 

(ঘ) বোকাৰ কণিকা মিহি বালিতকৈ সৰু/ডাঙৰ ।

উত্তৰঃ 

(ঙ) বানপানী পানী ঘোলা । হয়/নহয় ।

উত্তৰঃ 

(চ) কম দিনৰ ভিতৰতে শিলৰপৰা মাটি পাব পাৰি/নোৱাৰি ।

উত্তৰঃ 

(১০) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

          ‘ক’ অংশ                  ‘খ’ অংশ

১丨 বালীয়া মাটিত       ১丨 বোকাৰ পৰিমাণ বেছি 

২丨 হিউমাছ               ২丨 বায়ু বিশুদ্ধ কৰি ৰাখে ।

৩丨 বোকা মাটিত       ৩丨 বালিৰ কণিকাৰ পৰিমাণ বেছি ।

৪丨 মৰুভূমিত            ৪丨 মাটিৰ লগত মিহলি হৈ থকা মৰা-পঁচা  জীৱদেহৰ অংশ ।

৫丨 গছ-গছনিয়ে       ৫丨 প্ৰচুৰ পৰিমাণে বালি থাকে ।         

                                   ৬丨 মাটি তলত তৰপত পোৱা যায় । 

উত্তৰঃ 

Type by : Pompi Hazarika