AJB Class 3 New Science Chapter 3 | পানী | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 3

পানী

◻️  প্ৰশ্নাৱলী

(১) বিশুদ্ধ পানীৰ দুটা গুণ লিখা ।

উত্তৰঃ 

(২) কুঁৱা, পুখুৰীৰ পানীত কিয়  চূণ-ফিট্কিৰি, ব্লিছিং পাউদাৰ  দিয়া  হয় ?

উত্তৰঃ 

(৩) পানী কিয় বৰ লাগতিয়াল বস্তু ?

উত্তৰঃ 

(৪) আমি পানী ক’ৰ পৰা পাওঁ ?

উত্তৰঃ 

(৫) বৰষুণৰ পানীবোৰ ক’লৈ যায় ?

উত্তৰঃ 

(৬) সাগৰত পানীৰ পৰিমাণ বেছি কিয় ?

উত্তৰঃ 

(৭) মাটিৰ তলৰ পানী আমি কেনেদৰে ব্যৱহাৰ কৰো ?

উত্তৰঃ 

(৮) অপৰিষ্কাৰ পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি ?

উত্তৰঃ 

(৯) কলহ ফিল্টাৰ এটা বৰ্ণনা কৰা ।

উত্তৰঃ

(১০) পানী খোৱা পুখুৰী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে ?

উত্তৰঃ 

(১১) কুঁৱা, দমকলৰ চাৰিওফাল কিয় পকী হ’ব লাগে ?

উত্তৰঃ 

(১৩) পানীত পমি যোৱা পাঁচবিধ গোটা আৰু পাঁচবিধ জুলীয়া বস্তুৰ  নাম লিখা ।

উত্তৰঃ 

(১৪) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

(ক) বৰষুণ নহ’লে পানী পোৱা যাব/নাযাব ।

উত্তৰঃ 

(খ) খালৰ পানীত বেমাৰৰ বীজাণু থাকে/নাথাকে ।

উত্তৰঃ 

(গ) বিশুদ্ধ পানীৰ সোৱাদ আছে/নাই ।

উত্তৰঃ 

(ঘ) গৰম পানীত নিমখ সোনকালে মিহলি হয়/নহয় ।

উত্তৰঃ 

(ঙ) পানীত মিহি গুড়ি চেনি মিহলি হ’বলৈ বেছি সময় লয়/নলয় ।

 উত্তৰঃ 

Type by : Pompi Hazarika