AJB Class 3 New Science Chapter 4 | কাৰ্য্য বা বল | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 4

কাৰ্য্য বা বল

☐  প্ৰশ্নাৱলী

(১) কাৰ্য্য কেতিয়া কৰা হয় ?

উত্তৰঃ 

(২) বল কাক বোলে ?

উত্তৰঃ

(৩) চুম্বক কি ?

উত্তৰঃ 

(৪) শাৰীৰিক বল কাক বোলে ?

উত্তৰঃ 

(৫) চুম্বকৰ দুটা বিশেষ গুণ লিখা ।

উত্তৰঃ 

(৬) সৰল সঁজুলি কি ? চাৰিবিধ উদাহৰণ দিয়া ।

উত্তৰঃ 

(৭) যন্ত্ৰ কি ? কেইবিধ উদাহৰণ দিয়া ।

উত্তৰঃ       

(৮) কাৰ্য্য মানে কি ?

উত্তৰঃ 

(৯) বলৰ কেতিয়া প্ৰয়োজন হয় ? দুটা উদাহৰণ সৈতে লিখা ।

উত্তৰঃ 

(১০) জীৱই কিহৰ সহায়ত কাৰ্য্য কৰে ?

উত্তৰঃ 

(১১) সঁজুলি কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ 

(১২) (ক) মাধ্যাকৰ্ষণ বল কি ?

উত্তৰঃ 
(খ) বস্তু ওজন কিয় থাকে ?

উত্তৰঃ 

(১৩) শুদ্ধ উত্তৰটোৰ ওপৰত(✓) চিন দিবা :

(ক)  বস্তু এটা লৰচৰ নকৰিলে কাৰ্য্য কৰা হয়/ নহয় ।

উত্তৰঃ 

(খ) বিপৰীতফালে থকা সমান সমান বলে কাৰ্য্য কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ 

(গ) বিপৰীতফালে থকা অসমান বলে কাৰ্য্য কৰিব পাৰে/নোৱোৰে  ।

উত্তৰঃ 

(ঘ) বলে বস্তুক গতি দিব পাৰে/নোৱোৰে ।

উত্তৰঃ 

(ঙ) বলে বস্তুক বেগ বঢ়াব পাৰে/নোৱোৰে ।

উত্তৰঃ 

(চ) বলে বস্তু বেগ কমাব পাৰে/নোৱোৰে ।

উত্তৰঃ 

Type by : Pompi Hazarika