AJB Class 3 New Science Chapter 6 | বতৰৰ কথা | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 6

বতৰৰ কথা

☐  প্ৰশ্নাৱলী

(১) বায়ুমণ্ডল কাক বোলে ? বায়ুমণ্ডল কিমান ওপৰলৈ আছে ?

উত্তৰঃ 

(২) বতৰ মানে কি ?

উত্তৰঃ

(৩) মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰঃ 

(৪) শিল বৰষুণ কি ?

উত্তৰঃ 

(৫) বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম লিখা ।

উত্তৰঃ 

(৬) ধুমুহা কি ?

উত্তৰঃ 

(৭) জহকালি আৰু জাৰকালি কাক বোলে ?

উত্তৰঃ 

(৮) বতৰ কিয় বেলেগ হয় লিখা ।

উত্তৰঃ

(৯) বতাহ কেতিয়া ব’লে ?

উত্তৰঃ 

(১০) সাগৰ-মহাসাগৰ, নদ-নদী, পুখুৰী, আদিৰ পানী ভাপ হৈ ওপৰলৈ উঠে; আকৌ বৰষুণ হৈ নামি আহে । কথাখিনি এখন ছবিৰে বুজোৱা ।

উত্তৰঃ 

(১১) শুদ্ধটোৰ ওপৰত ✓ চিন দিবা :

(১২) বায়ু গৰম হ’লে পাতল হয় /নহয় ।

উত্তৰঃ 

(খ) পাতল বায়ু ওপৰলৈ উঠে/নুঠে ।

উত্তৰঃ 

(গ) পানীৰ ভাপবোৰ জমা হৈ বৰষুণ হৈ নামি আহে/নাহে ।

উত্তৰঃ 

(ঘ) গছ-গছনি নাথাকিলে জীৱ-জন্তু জীয়াই নাথাকিব/থাকিব ।

উত্তৰঃ 

(ঙ) আমাৰ ইয়াত মাৰ্চৰপৰা ছেপ্টেম্বৰ মাহলৈ জাৰকালি/জহকালি  হয় । 

উত্তৰঃ 

Type by : Pompi Hazarika