AJB Class 3 New Science Chapter 7 | আকাশৰ কথা | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 7

আকাশৰ কথা

◻️  প্ৰশ্নাৱলী

(১) কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ কাক বোলে ?

উত্তৰঃ 

(২) জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ লিখা ।

উত্তৰঃ 

(৩) সৌৰজগত কাক বোলে ?

উত্তৰঃ 

(৪) জ্যোতিষ্ক কাক বোলে ?

উত্তৰঃ 

(৫) তৰা আৰু গ্ৰহ কাক বোলে ?

উত্তৰঃ 

(৬) সৌজগতৰ নক্ষত্ৰ কোনটো আৰু গ্ৰহবোৰ কি কি ? সৌজগতত  আৰু কি কি আছে ?

উত্তৰঃ 

(৭) (ক) আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি ?

উত্তৰঃ 

  (খ) সূৰ্য্যৰ একেবাৰে ওচৰত আৰু একেবাৰে দূৰত থকা গ্ৰহ দুটা  নাম কি কি ?

উত্তৰঃ 

 (গ) সৌৰজগতৰ আটাইতকৈ সৰু আৰু আটাইটকৈ ডাঙৰ গ্ৰহ   দুটা নাম কি কি ?

উত্তৰঃ 

 (ঘ) ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম কি ?

উত্তৰঃ 

(ঙ) ভোটা তৰা বুলিলে সৌৰজগতৰ কোনটো গ্ৰহক জনা যায় ?

উত্তৰঃ 

(৮) (ক) সূৰ্য্যটো পৃথিৱীৰপৰা কিমান দূৰত আছে ?

উত্তৰঃ 

(খ) সূৰ্য্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ ?

উত্তৰঃ 

(গ) চন্দ্ৰত জীৱ কিয় জীয়াই থাকিব নোৱাৰে ?

উত্তৰঃ 

(ঘ) অমাৱস্যা কেতিয়া হয় ?

উত্তৰঃ 

(ঙ) অমাৱস্যাৰ কিমান দিনৰ মূৰত পূৰ্ণিমা হয় ? 

উত্তৰঃ

Type by : Pompi Hazarika