AJB Class 3 New Science Chapter 8 | আমাৰ পৃথিৱীখন | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 8

আমাৰ পৃথিৱীখন

☐  প্ৰশ্নাৱলী

(১) সূৰ্য্যৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় ?

উত্তৰঃ 

(২) পৃথিৱীখন দেখিবলৈ কেনেকুৱা ?

উত্তৰঃ 

(৩) পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ কিমান দীঘল ?

উত্তৰঃ 

(৪) পৃথিৱীৰ উপৰিভাগত মাটিভাগ কিমান, পানীভাগ কিমান ?

উত্তৰঃ 

(৫) পৃথিৱীখন কিয় ধুনীয়া ঠাই ?

উত্তৰঃ 

(৬) পৃথিৱীখন কেইধৰণে ঘূৰি আছে ?

উত্তৰঃ 

(৭) দিন আৰু ৰাতি কেনেকৈ হয় লিখা ।

উত্তৰঃ 

(৮) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

(ক) পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয়/নহয় ।

উত্তৰঃ 

(খ) পৃথিৱীৰ পানীভাগ মাটিভাগতকৈ কম/বেছি ।

উত্তৰঃ 

(গ) সাগৰৰ তলিত গছ-গছনি আছে/নাই ।

উত্তৰঃ 

(ঘ) পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন-ৰাতি হয়/নহয় ।

উত্তৰঃ 

(ঙ) সূৰ্য্যৰ চাৰিওফালে ঘূৰোঁতে পৃথিৱীখন এক ছেকেণ্ডত বিছ/দহ/ত্ৰিছ কিল’মিটাৰ যায় ।

উত্তৰঃ 

Type by : Pompi Hazarika