AJB Class 3 New Science Chapter 9 | জীৱজগত | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 9

জীৱজগত

◻️  প্ৰশ্নাৱলী

(১) (ক) জড় বস্তু কোনবোৰ ?

উত্তৰঃ 

(খ) জীৱজগতৰ ভাগ কেইটা ?

উত্তৰঃ 

(গ) জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা ।

উত্তৰঃ  

(ঘ) জীৱ কাক বোলে ?

উত্তৰঃ 

(ঙ) কোনবোৰ জীৱ প্ৰাণী ?

উত্তৰঃ

(চ) কোনবোৰ জীৱ উদ্ভিদ 

উত্তৰঃ 

(ছ) উদ্ভিদে ক’ৰপৰা আহাৰ পায় ?

উত্তৰঃ 

(২) (ক)  প্ৰাণীৰ কামবোৰ কি কি ?

উত্তৰঃ 

(খ) উদ্ভিদৰ কামবোৰ কি কি ?

উত্তৰঃ 

(গ) জীৱই কাম কৰিবলৈ ক’ৰপৰা শক্তি পায় ?

উত্তৰঃ 

(ঘ) উশাহ বন্ধ হ’লে জীৱ কিয় জীয়াই থাকিব নোৱাৰে ?

উত্তৰঃ 

(৩) (ক) শুদ্ধ উত্তৰৰটো ✓ চিন দিয়া :

(ক)প্ৰাণীয়ে নিজৰ দেহত আহাৰ তৈয়াৰ কৰি ল’ব পাৰে/নোৱাৰে ।

উত্তৰঃ 

(খ) জড় বস্তুৱে আহাৰ খায়/নাখায় ।

উত্তৰঃ 

(গ) জড় বস্তুৱে কাম কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ 

(ঘ) কেৱল আহাৰ খালে মানুহে শক্তি পায়/নাপায় ।

উত্তৰঃ 

(ঙ) উশাহ বন্ধ হ’লে উদ্ভিদ জীৱই থাকিব পাৰে/নোৱাৰে ।

উত্তৰঃ 

(চ) জড় বস্তুৱে জন্ম দিয়ে/নিদিয়ে ।

উত্তৰঃ 

(৪) ক অংশ লগত খ অংশ মিলোৱা :

ক অংশ                        খ অংশ

ভেঁকুৰ                             লৰচৰ কৰিব পাৰে 

অহাৰে                            কণী পাৰে

উদ্ভিদে পাতেৰে              গেলা পঁচা বস্তু গজে

চৰায়ে                              শক্তি যোগান ধৰে

প্ৰাণীয়ে                             বায়ু শুহি লয় 

উত্তৰঃ

Type by : Pompi Hazarika