AJB Class 4 Assamese | Chapter 1 | আমাৰ গাওঁ | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী অসমীয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 1

আমাৰ গাওঁ

ক্ৰিয়া-কলাপ

  অৰ্থ সৈতে চিনাকি হওঁ আহা:

  মুদৈ = দূৰ ঠাইত বেপাৰ কৰিবলৈ যোৱা লোক

  হাট = বজাৰ   

  মুৰুলী = বাঁহী

  তান = সংগীতত সুৰৰ বিস্তাৰ

  চহা =   হাল-কোৰ বাই খোৱা লোক

  তল-সৰা =   নিজে সৰি (মানুহে নপৰাকৈ) গছৰ তলত পৰি থকা

  চেনেহা-চেনেহী = দুটা ভিতৰত এটাৰ আনটোলৈ মৰম

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) শুৱনি গাওঁখন কি গছেৰে ভৰা?

উত্তৰঃ

খ) পুখুৰীত কি থাকে?

উত্তৰঃ

গ) মুদৈয়ে ক’ত বেপাৰ কৰে?

উত্তৰঃ

ঘ) গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায়?

উত্তৰঃ

ঙ) ৰং-ধেমালিৰ হাট মানে কি বুজোৱা হৈছে?

উত্তৰঃ

চ) গাঁৱত পোৱা বস্তুবোৰৰ নামৰ এখন তালিকা কৰাঁ।

উত্তৰঃ

[২] কবিতাটিত প্ৰকাশ পোৱা গাওঁখনৰ পৰিৱেশৰ বিষয়ে

নিজৰ ভাষাৰে লিখা।

উত্তৰঃ

[৩] খালী ঠাই পূৰ কৰা:

খেতি, মাছ, অভিনয়, বেপাৰ, খেল, নাও, হাল

ক) মুদৈয়ে   কৰে।

খ) খেতিয়কে   কৰে।

গ) খেলুৱৈয়ে  খেলে।

ঘ) মাছুৱৈয়ে   ধৰে।

ঙ) অভিনেতাই  কৰে।

চ) নাৱৰীয়াই   বায়।

ছ) হালোৱাই   বায়।

[৪] তলত শব্দবোৰৰ মাজত থকা অমিল শব্দটোত   চিন দিয়া:

ক) কোমোৰা, লাও, জিকা, কঁহুৱা, ভোল।

উত্তৰঃ

খ) গৰু, ছাগলী, মাছ, হাতী, সিংহ।

উত্তৰঃ

গ) গীত, নৃত্য, অভিনয়, খেল, ভাওনা।

উত্তৰঃ

ঘ) গামোচা, চুৰীয়া, পায়জামা, কুৰ্তা, গামখাৰু।

উত্তৰঃ

[৫] বাক্য ৰচনা কৰা:

তল-সৰা- 

পানী- ভৰা- 

ভাওনা-সবাহ- 

শুৱলা-সংগীত

[৬] পঢ়া আৰু মিলাই লিখা :

  বাৰিষা —- চঞ্চল         বাৰিষা —-

  ৰ’দ ——- নীৰৱ          ৰ’দ ——-

  সৰৱ —— খৰালি        সৰৱ ——

  স্থিৰ ——- বৰষুণ        স্থিৰ ——- 

[৭] পঢ়ি চোৱা আৰু অৰ্থবোৰ জানি লোৱা :

ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ

খ) কথাত কটা যায়, কথাত বটাঁ পায়।

উত্তৰঃ

[৮] পঢ়া, চোৱা আৰু লিখা :

  তলত সৰা = তল-সৰা

  পানীৰে ভৰা = 

  হাতেৰে বোৱা = 

  গুৰুক সেৱা = 

[৯] অৰ্থৰ পাৰ্থক্য স্পষ্ঠ হোৱাকৈ বাক্য ৰচনা কৰা (অভিধানৰ সহায় ল’বা।):

  ক) হাত —– মানুহৰ হাতেৰে বহুত কাম কৰিব পাৰে।

       হাট —– 

  খ) চাল —– 

       ছাল —–

  গ) তান —- 

       টান —- 

  ঘ) ঘাত —- 

       ঘাট —-

[১০] ভাবা আৰু উওৰ উলিওৱা:

   ক) ঘন ঘন গাঠিৰে ডিঙিত পিন্ধি মণি,

      ওপৰলৈ চাই আছে কোনে চুলি মেলি?

খ) খেতিয়কে খেতি কৰে,

   গুটি নাই, ফুল নাই

গ) ঐ ঐ ঐ, ক’লৈ যাৱগৈ,

   গছ শুকান গুটি কেচা

   ব’ল আনোগৈ।