AJB Class 4 Assamese | Chapter 10 | কাঁহৰ মেল | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী অসমীয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 10

কাঁহৰ মেল

ক্ৰিয়া-কলাপ

অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

 মেল = আলোচনা বা বিচাৰ কৰিবলৈ বহা সমাজ

 সম্ভাৱ্য = যিহৰ ঘটিবৰ আশা আছে, সম্ভৱনা থকা

 উদ্যোক্তা = আয়োজনকাৰী

 বয়োজ্যেষ্ঠ = বয়সত ডাঙৰ

 ব্যাক্তি = মানুহ; লোক

 থলী = স্হল; বাম ঠাই

 সম্ভষণ = আদৰণি; আগ্ৰহেৰে কৰা মাত-বোল

 সুকলমে = বাধা-বিঘিনি নোহোৱাকৈ

আসন = বহিবৰ বাবে যুগুত কৰা বস্তু

সমৰ্থন = সপক্ষে মত দান; হয়ভৰ

উদ্দেশ্য = লক্ষ্য; অভিপ্ৰায়

অতীজ =  আগেয়ে হৈ যোৱা; পুৰণি কাল

সমাদৰ = বিশেষ আদৰ; সন্মান 

সামগ্ৰী = দ্ৰব্য-সম্ভাৰ; কোনো কামৰ বাবে লগা বস্তু

লোপ = নোহোৱা হোৱা

সচেতন = সজাগ; চেতনাযুক্ত

সমাধান = নিষ্পত্তি; মীমাংসা

আয়োজন = যো-জা; যোগাৰ; সংগ্ৰহ

মঞ্চ = কাঠ, বাঁহ আদিৰে সজা চাং; বেদী

পণ =  প্ৰতিজ্ঞা

প্ৰশংসা = গুণ-কীৰ্তন; শলাগ

ইতিহাস = অতীত ঘটানাৰ বিৱৰণ; পুৰণি কথা; বুৰঞ্জী

শিল্প = বিশেষ নৈপুণ্যৰ প্ৰয়োজন হোৱা কাম; কাৰিকৰী কৰ্ম

হ্ৰাস = কমি যোৱা অৱস্থা

পাত্ৰ = বস্তু থোৱা সঁজুলি

যাদুঘৰ = সংগ্ৰহালয় 

হুলস্থূল = গোলমাল; হৈ চৈ

আদৰ = প্ৰশংসা; শ্ৰদ্ধাৰে দেখুওৱা মৰম 

প্ৰদৰ্শনী = দেশৰ বা বিদেশৰ উৎকৃষ্ট বস্তুৰ পোহাৰ-মেলি দেখুওৱা মেল  

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা :         

 ক) কঁহাৰ গাঁৱত লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি আছিল?

উত্তৰঃ 

খ) খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত কি আলোচনা চলি আছিল?

উত্তৰঃ 

গ) কোনে মেলৰ কাম আৰম্ভ কৰিলে ?

উত্তৰঃ 

ঘ) মেলৰ সভাপতি কাক পতা হৈছিল ?

উত্তৰঃ 

ঙ) কোনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল ?

উত্তৰঃ 

চ) মেলখনৰ উদ্দেশ্য কি আছিল ?

উত্তৰঃ 

ছ) কাৰদ্ধাৰা গীত পৰিৱেশন কৰা হৈছিল ?

উত্তৰঃ 

জ) কোনে কাঁহশিল্প ইতিহাস বৰ্ণনা কৰিছিল ?

উত্তৰঃ 

[২] পাঠটো পঢ়া আৰু মনত পেলাই কাক বোলে লিখা :

ক) কোঁহমৰা কাঁহৰ সঁজুলি

উত্তৰঃ 

খ) ঢলা কাঁহৰ সঁজুলি 

উত্তৰঃ 

গ) ঢলুৱা কঁহাৰ 

উত্তৰঃ

[৩] ভৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কি কি বাদ্যযন্ত্ৰৰ  নাম পোৱা 

যায় বুলি পাঠটোত উল্লেখ কৰা হৈছে ?

উত্তৰঃ 

[৪] অসমত প্ৰচলিত তালকেইযোৰ মান নাম লিখা ।

উত্তৰঃ 

[৫] হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ 

[৬] বুজা আৰু লিখা :

ক) হাত আৰু মুখ = হাত-মুখ

খ) হাত আৰু ভৰি =

গ) ল’ৰা আৰু ছোৱালী =

ঘ) হাতেৰে মৰা চাপৰি =

ঙ) জন্ম স্থান =

[৭] পঢ়ি, বুজা আৰু লিখা :

ডাঙৰীয়া ㅡ ডাঙৰীয়ানী

শ্ৰীযুত ㅡ

মাননীয় ㅡ

শ্ৰীমান ㅡ 

বুদ্ধিমান 

[৮] বুজা আৰু লিখা :

মেল য’ত কৰা হয় = মেলৰ থলী 

সভা য’ত কৰা হয় =

ৰণ য’ত কৰা হয় =

পূজা য’ত কৰা হয় =

উৎসৱ য’ত কৰা হয় =

[৯] বাক্য ৰচনা কৰা :

হাত-চাপৰি; সমাদৰ; বিখ্যাত; আশা ।

[১০] একে অৰ্থবোধক শব্দ লিখা :

উদাহৰণ : মেল       ― সভা

                 গাঁও        ― 

                 শোভা     ―

                 মানৱ     

                 আকাশ  ―

[১১] শিক্ষকক সুধি বুজি লোৱা । :

ক) এপাচি শাকত এটা জালুক ।

খ) উপকাৰীক অজগৰে খায় ।

[১২] শুনা আৰু লিখা :

      ”বৰ্তমান অসমত কাঁহশিল্প একেবাৰে লোৱা নাই । কিন্তু আগতকৈ ইয়াৰ প্ৰচন কমি আহিছে । আগতে অসমৰ কঁহাৰকলে তামৰ গলত ৰাং নামৰ ধাতু মিহলাই কাঁহ প্ৰস্তুত কৰি লৈছিল । এতিয়া ভঙা কাঁহ কি কি আনি তাকে গলাই নতুন কাঁহৰ সামগ্ৰী গঢ়ে । ফলত পুৰণি অসমত কাঁহৰ  গুণ বহুত হ্ৰাস পাইছে । এনে হৈ থাকিলে ভৱিষ্যতে অসমত কাঁহশিল্প একেবাৰে লোপ পাব । গতিকে ইয়াৰ বাবে আমিয়েই উচিত পদক্ষেপ লোৱা উচিত । ইমানকে কৈ মই মোৰ বক্তব্যৰ সামৰিণ মাৰণি মাৰিলোঁ । ” কথাখিনি কৈ বেৰাকাঁহী ডাঙৰীয়ানী বহিল । সকলোৰে হাত-চাপৰিত মেলৰ থলী ৰজন-জনাই গ’ল ।