AJB Class 4 Assamese | Chapter 3 | আনন্দৰাম ঢেকিয়াল ফুকন | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী অসমীয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 3

আনন্দৰাম ঢেকিয়াল ফুকন

ক্ৰিয়া কলাপ

অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

 ব্ৰক্ষপুৱা = নিচেই পুৱ

 সংবাদ-পএ = বাতৰি-কাকত

 দৈনন্দিত = দৈনিক; সদাই

 হেৰফেৰ = অলপ লৰচৰ বা কম-বেছি হোৱা অৱস্হা

 নিয়াৰিকৈ = নিমজকৈ; পোনকৈ

 সুযোগ্য = অতিশয় উপযুক্ত

 সাধক = সিদ্ধি কৰোঁতা; সেৱক

 সহযোগ = আনৰ সৈতে কোনো কামত যোগাদান

 মিছনেৰি = (মিছন হ’ল ধৰ্ম প্ৰচাৰৰ প্ৰতিষ্ঠান)মিছনৰ ধৰ্ম  প্ৰচাৰকসকল

 ভাতৃ প্ৰতিম = ভাইৰ নিচিনা

 প্ৰসাৰ = বিস্তাৰ

 নিৰ্মল = নিকা; পৰিষ্কাৰ

 অনুকৰণীয়া = আনে যেনেকৈ কৰে তেনেকৈ কৰিব লগীয়া

বুজা আৰু লিখা:

 খই   ৰই = খ্ৰ

 নই   ধই  ৰই =  

 তই   ৱই =  

 সই   তই  ৰই = 

পঢ়া আৰু লিখা:

 দৈনন্দিন  খ্ৰীষ্ঠান  প্ৰবন্ধ্ৰ  প্ৰচেষ্ঠা  প্ৰতিষ্ঠা 

 ব্যৱস্হা  পএৰন্ধ্ৰ  কৰ্তৃত্ব  পৈতৃক নিৰস্ত্ৰ

[১] প্ৰথম কোৱা, তাৰ পাছত লিখা:

ক) আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি কিদৰে আৰম্ভ হৈছিল?

উত্তৰঃ 

খ) আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল?

উত্তৰঃ

গ) অসমীয়া ভাষা প্ৰচলনৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে কি কি প্ৰচেষ্টা হাতত গৈছিল?

উত্তৰঃ

ঘ) আনন্দৰাম ঢেকিয়াল ফুকনে লিখা চাৰিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ

ঙ) আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা-জীৱনৰ বিষয়ে তোমাৰ পাঠৰ আলমত লিখা?

উত্তৰঃ

চ) আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা-পঢ়া কৰিছিল?

উত্তৰঃ

ছ) প্ৰথম অসমীয়া বাতৰি- কাকত বা আলোচনীখনৰ নাম কি? এইখন কিমান চনত হৈছিল

উত্তৰঃ

[২] বুজা আৰু লিখা:

 বিদ্যা + আলয় = বিদ্যালয়

 হিম + আলয় = 

 কাৰ্য + আলয় =

 দেৱ + আলয় = 

 চিকিৎসা + আলয় = 

[৩] বাক্য ৰচনা কৰা:

হেৰফেৰ; প্ৰচলন; সহযোগ; সংবাদ-পত্ৰ; প্ৰসাৰ।

হেৰফেৰ- সৌ মানুহজনে হেৰফেৰ কৰি আছে।

প্ৰচলন-

সহযোগ-

সংবাদ-পত্ৰ-

[৪] পঢ়া, বুজা আৰু লিখাঃ

 বাটে বাটে : মগনীয়াজন বাটে বাটে ঘূৰি ফুৰিছে।

 হাতে হাতে :

 ঘৰে ঘৰে : 

 বাৰে বাৰে :

 মনে মনে ঃ

[৫] পঢ়া, বুজা আৰু লিখা:

 ৰোৱনীয়ে ভুঁই ৰোৱে।

 ৰান্ধনীয়ে 

 শিপিনিয়ে 

 মাছুৱৈ 

 ঢুলিয়াই 

 হালোৱাই

 দাৱনিয়ে 

 বায়নে 

[৬] পঢ়া, বুজা আৰু লিখা:

কাৰ্য্যলয়ৰ লগত জড়িত ব্যক্তি  = কেৰাণী, মহৰী, সঞ্চলক,     বিষয়া, কৰ্মচাৰী আদি।

বিদ্যালয়ৰ লগত জড়িত ব্যক্তি = ……………………………..।

আৰক্ষী বিভাগত লগত জড়িত ব্যক্তি = ……………………….।

ৰাজনীতিৰ লগত জড়িত ব্যক্তি = ……………………………..।

আদালতৰ লগত জড়িত ব্যক্তি  = ……………………………..।

গাঁও পঞ্চায়তৰ লগত জড়িত ব্যক্তি = …………………………।

কৃষিৰ লগত জড়িত ব্যক্তি = ………………………………….।

কাকত-আলোচনীৰ লগত জড়িত ব্যক্তি = ……………………..।

মৌজাৰ লগত জড়িত ব্যক্তি = ………………………………..।

পুথিভঁৰালৰ লগত জড়িত ব্যক্তি = .……………………………।

[৭] বিপৰীত অৰ্থবোধক শব্দ লিখা:

 পুৱা; তপত; জ্যেষ্ঠ; সঁচা; উপকাৰ; স্ত্ৰী।

পুৱা ㅡ 

তপত ㅡ 

জ্যেষ্ঠ ㅡ 

সঁচা ㅡ

উপকাৰ ㅡ 

স্ত্ৰী ㅡ 

[৮] তলত দিয়া ব্যক্তিকেইজনৰ বিষয়ে জানিবলৈ চেষ্ঠা কৰা। তাৰ পাছত লিখা:

ক)আনন্দৰাম বৰুৱা

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) বাণীকান্ত কাকতি

[৯] পঢ়া, বুজা আৰু নিজে লিখা:

কৰ্ম – কৰম    ৰত্ন – ৰতন

ধৰ্ম –     স্থিৰ –

স্বৰ্ণ –     মিত্ৰ –

সম্বল –    কম্পন –

ভক্তি –    গৰ্জন –

স্বাদ –    সাম্ফল –

[১০] শিক্ষকক সুধি অৰ্থ বুজি লোৱা।

ক) পঢ়ায়, পঢ়ে, ৰোৱে পাণ।

       এই তিনিতা নিচিন্তে আন।।

খ) অভ্যাসৰ নৰ

       কৰ্ণপথে কৰে শৰ।