AJB Class 4 Assamese | Chapter 5 | পোহৰ – পখিলা | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী অসমীয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 5

পোহৰ – পখিলা

ক্ৰিয়া-কলাপ

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহা

নোহোৱা-নোপজা = আগেয়ে কেতিয়াও নঘটা বা জন্ম নোহোৱা নাভূত-নাশ্ৰত; কাল্পনিক

চানেকি = কাপোৰত তুলিবৰ কাৰণে ফুলৰ আৰ্হি; নমুনা; আদৰ্শ

লাহী = লেহুকা, পাতল, মিহি

ন-কৈ = নতুনকৈ

শিয়ৰা = ভয় খাই বা আচৰিত হৈ গাৰ নোম থিয় হোৱা 

চিৰ-সুনদৰ = সৃষ্টীকৰ্তা

[১] কবিতাটি মনত ৰাখা।

[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) পখিলাজাকৰ কোন দেশৰ? আৰু কাৰ ফুলনিত নাচে?

উত্তৰঃ 

খ) পখিলাজাকৰ পাখিবোৰ কেনেকুৱা?

উত্তৰঃ

গ) কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে?

উত্তৰঃ 

ঘ) কবিয়ে পখিলাৰ পাহিত কি লিখা থকাৰ কথা কৈছে?

উত্তৰঃ 

[৩] পঢ়া, বুজা আৰু লিখা:

ওপজো – নোপজা

হোৱা –

পোৱা –

যোৱা –

খোৱা –

গোৱা –

[৪] বাক্য ৰচনা কৰা:

ৰৈ ৰৈ = কুলিটিয়ে ৰৈ ৰৈ বিনাইছে।

মনে মনে =

পাছে পাছে =

ঘৰে ঘৰে = 

হাঁহি হাঁহি = 

গৈ গৈ =

মাজে মাজে = 

কৈ কৈ = 

[৫] বাক্য ৰচনা কৰা:

পাই = ৰাসীয়ে হেৰোৱা কলমটো পাই ভাল পালে।

পায় 

খাই =

খায় 

গাই =

গায় =

চাই 

চায় =

[৬] পঢ়া, বুজা আৰু লিখা:

মিচিকীয়া – বতাহ    মিচিকীয়া – হাঁহী

শুৱলা –      শুৱলা –

সুৰীয়া –             সুৰীয়া –

থুৰীয়া –              থুৰীয়া –

ফিৰফিৰীয়া –     ফিৰফিৰীয়া –

[৭] পঢ়া, বুজা আৰু লিখা:

পখিলাটো – পখিলাজাক

গৰুটো –

চৰাইটো –

মানুহবোৰ –

শিক্ষক –

[৮] পঢ়া আৰু বুজা:

ফুল – ফুলনী

জোন

ৰং

খং

[৯] একে অৰ্থ বুজাৱা শব্দ লিখা:

ফুল – পুষ্প কুসুম

নতুন –

পাখি –  

পুৰণি