AJB Class 4 New Science Chapter 11 | আমাৰ আহাৰ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 11

আমাৰ আহাৰ

□  প্ৰশ্নাৱলী

(১) আমি কিয় আহাৰ খাওঁ ?

উত্তৰঃ 

(২) পুষ্টিকৰ বস্তু কোনবোৰ ?

উত্তৰঃ 

(৩) আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ কি কি ?

উত্তৰঃ 

(৪) আমাৰ আহাৰত কিয় প্ৰ’টিন থকা উচিত ?

উত্তৰঃ

(৫) কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ কি ?

উত্তৰঃ 

(৬) সুষম আহাৰ কি ?

উত্তৰঃ 

(৭)  কেঁচুৱা আৰু বাঢ়ি আহা ল’ৰা-ছোৱালীৰ আহাৰ কেনে হোৱা  উচিত ?

উত্তৰঃ

(৮) শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ 

(৯) তলৰ ছবিবোৰ চাই কোনবিধ খাদ্যদ্ৰব্যত কি কি পুষ্টিকৰ বস্তু  বেছিকৈ পোৱা যায় তাৰ এখন তালিকা প্ৰস্তুত কৰা ◼️

(ক) অমিতা

(খ) মূলা

(গ) ডালিম

(ঘ) কণী

(ঙ) মাছ

(চ) কল

(ছ) আঙুৰ