AJB Class 4 New Science Chapter 12 | আমাৰ শৰীৰ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 12

আমাৰ শৰীৰ

◻️  প্ৰশ্নাৱালী

(১) আমাৰ শৰীৰৰ ভিতৰত থকা কেইটামান অংগৰ নাম  লিখা ।

উত্তৰঃ 

(২) আমাৰ শৰীৰৰ সকলো অংগকে অক্সিজেন লাগে । শৰীৰৰ বিভিন্ন অংগই অক্সিজেন কেনেকৈ পায় ?

উত্তৰঃ 

(৩) উশাহ বন্ধ হ’লেই মানুহৰ মৃত্যু হয়। কিয় ?

উত্তৰঃ 

(৪) নিশাহত আমি এবিধ গেছ এৰি দিওঁ। গেছবিধ কি ?

উত্তৰঃ 

(৫) আমাৰ স্থায়ী দাঁত কেইটা ? স্থায়ী দাঁত কেইবিধ ? প্ৰতিবিধে নাম  লিখা ।

উত্তৰঃ 

(৬) আমি কিয় খোৱা আহাৰ ভালদৰে চোবাব লাগে ?

উত্তৰঃ 

(৭ ) আমাৰ ইন্দ্ৰিয় কেইটা আৰু কি কি ?

উত্তৰঃ 

(৮) আমি খোৱাবস্তুৰ সোৱাদ কেনেকৈ পাওঁ ?

উত্তৰঃ 

(৯) মগজুৱে কাৰ সহায়ত শৰীৰৰ সকলো অংগৰ লগত যোগাযোগ  ৰাখে ?

উত্তৰঃ 

(১০) তন্ত্ৰ কাক বোলে ? পাচন তন্ত্ৰ আৰু ৰেচন তন্ত্ৰ কাক বোলে ?

উত্তৰঃ 

(১১) আমাৰ শৰীৰৰ সকলো কাম কাম-কাজ কোনটো অংগই নিয়ন্ত্ৰণ  কৰে ?

উত্তৰঃ 

(১২) স্নায়ু কোনবোৰ ? স্নায়ু কাম কি ? এটা উদাহৰণ দিয়াঁ ।

উত্তৰঃ 

(১৩) জঁকা কাক বোলে ? ইয়াৰ কাম কি ?

উত্তৰঃ 

(১৪) ৰক্ত সঞ্চালন তন্ত্ৰ কাক বোলে ? ইয়াৰ কাম কি ?

উত্তৰঃ 

(১৫) ডাঙৰ মানুহৰ মগজুটোৰ ওজন কিমান ? 

উত্তৰঃ