AJB Class 4 New Science Chapter 13 | আহাৰ আৰু সুস্বাস্থ্য | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 13

আহাৰ আৰু সুস্বাস্থ্য

◻️ প্ৰশ্নাৱলী

(১)  পুষ্টিকৰ বস্তু কিয় খাব লাগে ?

উত্তৰঃ 

(২) সুষম আহাৰ কি ?

উত্তৰঃ 

(৩) কেঁচা শাক-পাচলি আৰু ফল-মূল কিয় খাব লাগে ?

উত্তৰঃ 

(৪) খোৱাবস্তু কিয় ভালদৰে ধুই পৰিষ্কাৰ কৰি ল’ব লাগে ?

উত্তৰঃ 

(৫) খোৱাবস্তু কিয় ভালকৈ চোবাই খাব লাগে ?

উত্তৰঃ 

(৬) দাঁত-মুখ ভালদৰে নুধুলে কি হয় ?

উত্তৰঃ 

(৭) আমি কিয় পৰিশ্ৰম কৰিব লাগে ?

উত্তৰঃ 

(৮)  মন ভালে ৰাখিবলৈ কি কি কৰিব পাৰি ?

উত্তৰঃ 

(৯) খোৱাবস্তু কিয় ঢাকি ৰাখিব লাগে ?

উত্তৰঃ 

(১০) গাজৰ, বিলাহী আদি কিয় সিজাই খাব নালাগে ?

উত্তৰঃ  

(১১) খোৱাবস্তু ভালে ৰখাৰ দুটা উপায় উল্লেখ কৰা ।

উত্তৰঃ 

(১২) আমাৰ শৰীৰটো কিয় পৰিষ্কাৰ কৰি ৰাখিব লাগে ?

উত্তৰঃ