AJB Class 4 New Science Chapter 2 | শিল, মাটি আৰু খনিজ পদাৰ্থ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 2

শিল, মাটি আৰু খনিজ পদাৰ্থ

□  প্ৰশ্নাৱলী  

(১)  গেদীয় শিল কাক বোলে ?

উত্তৰঃ 

(২)  ৰূপান্তৰিত শিলৰ বিষয়ে লিখা ?

উত্তৰঃ 

(৩)  মণিক কি ?

উত্তৰঃ 

(৪)  শিল কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ 

(৫)  আগ্নেয় শিলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

(৬)  মাটি কেনেকৈ সৃষ্টি হয় লিখা ।

উত্তৰঃ 

(৭)   মাটি স্থানান্তৰিত হোৱাৰ তিনিটা কাৰণ লিখা ।

উত্তৰঃ 

(৮)  শিলৰ মাজে মাজে পানী জমা হ’লে তেনে শিল ফাটিব পৰে । কিয় ?

উত্তৰঃ 

(৯)  শিল গৰম-চেঁচা হৈ থাকিলে ভাঙে । তাকে দেখুৱাবলৈ এটা  পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ 

(১০)  মাটিৰ প্ৰধান উপাদান দুটাৰ বিষয়ে লিখা ।

উত্তৰঃ 

(১১)  সাৰুৱা মাটি কাক বোলে ?

উত্তৰঃ 

(১২)  সাৰ কাক বোলে আৰু কেই প্ৰকাৰৰ ? প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ 

(১৩)  পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি ?

উত্তৰঃ 

(১৪)  মাটিৰ সংৰক্ষণ কাক বোলে ? মাটি সংৰক্ষণৰ দুটা উপায়  বৰ্ণনা কৰা ।

উত্তৰঃ 

(১৫)  মেগ্মা কি ?

উত্তৰঃ 

(১৬)  শুদ্ধ উত্তৰটোত ✓  চিন দিয়া ।

(ক)  গ্ৰেনাইট এবিধ আগ্নেয় শিল হয়/ নহয় ।

উত্তৰঃ 

(খ)  মাৰ্বল এবিধ গেদীয় শিল হয়/ নহয় ।

উত্তৰঃ

(গ)  ছিলিকাত মাথোঁ ছিলিকন থাকে/ নাথাকে ।

উত্তৰঃ  

(ঘ)  আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে/ নাৰাখে ।

উত্তৰঃ 

(ঙ)  সাৰে মাটি কোমল কৰে/ নকৰে । 

উত্তৰঃ 

(চ)  ইউৰিয়া এবিধ জৈৱিক সাৰ হয়/ নহয় ।

উত্তৰঃ 

(১৭)  খালী ঠাই পূৰণ কৰাঁ ।

(ক)  লাভা গোট মাৰি জমা হৈ হৈ সৃষ্টি হোৱা  পাহাৰকে   বোলে ।

(খ)  স্লেট এবিধ   শিল ।

(গ)  ছিলিকাৰ আন এটা নাম   

(ঘ)  মাৰ্বলত    নামৰ পদাৰ্থবিধ পোৱা যায় ।

(ঙ)  পানী বৰফ হ’লে আয়তন   

(চ)  বোকা-কণিকা হ’ল চকুৰে নেদেখা  সৰু সৰু কণিকা ।

(ছ)  এম’নিয়াম ছালফেট এবিধ   সাৰ । 

(জ)  ধান   মাটিত হয় ।

(১৮)  মাটিৰ স্থানান্তৰণৰ তিনিটা কাৰণ লিখা ।

(১৯)  তলত বাক্যটো লিখি বাক্যটোত নাথাকিবগীয়া পাচলি কেইবিধৰ নাম X চিনেৰে কাটি দিয়া ।

         শীতকালত জিকা, আলু, কবি, ভেণ্ডি, পালেং, নিলাজী, আদি পাচলি হয় ।

উত্তৰঃ

(২০)  দুটা আগ্নেয়গিৰিৰ নাম লিখা ।

উত্তৰঃ

(২১)  পচন সাৰ কাক বোলে ?

উত্তৰঃ