AJB Class 4 New Science Chapter 3 | বতৰ, বায়ু পানী | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 3

বতৰ, বায়ু পানী

◻️ প্ৰশ্নাৱলী

(১)  মানুহৰ ওপৰত বতৰৰ প্ৰভাৱৰ বিষয়ে দহটা শাৰী লিখা ।

উত্তৰঃ 

(২)  আবেলিৰ ৰ’দৰ তাপ ভৰ দুপৰীয়াৰ ৰ’দত তাপতকৈ কম কিয় ?

উত্তৰঃ  

(৩)  বতৰ পৰিৱৰ্তনৰ কাৰণ কি লিখা ।

উত্তৰঃ 

(৪)  পৃথিৱীৰ পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে ইয়াকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা ।

উত্তৰঃ 

(৫)  বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাপ থাকে এটা পৰীক্ষাৰ  সহায়ত দেখুওৱা ।

উত্তৰঃ 

(৬)  মেঘ কি ? মেঘৰ পৰা বৰষুণ কেনেকৈ হয় ?

উত্তৰঃ            

(৭)  জলচক্ৰ কাক বোলে ?

উত্তৰঃ 

(৮)  জলচক্ৰ চলি নাথিকিলে কি হ’ব ?

উত্তৰঃ 

(৯)  কুঁৱলী আৰু নিয়ৰ কেনেকৈ হয় লিখা ।

উত্তৰঃ 

(১০)  জলবতাহ আৰু স্থলবতাহ কি ?

উত্তৰঃ 

(১১)  পানী দূষিত হোৱাৰ কাৰণবোৰ লিখা ।

উত্তৰঃ 

(১২)  দুখন গ্ৰীষ্মপ্ৰধান আৰু শীতপ্ৰধান দেশৰ নাম লিখা ।

উত্তৰঃ 

(১৩)  বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ আহিলে পৃথিৱীত পৰা সূৰ্য্যৰ  ৰশ্মিৰ পৰিমাণ কম হয় কিয় ?

উত্তৰঃ 

(১৪)  খৰাং বতৰ কি ?

উত্তৰঃ

(১৫)  শিল-বৰষুণ কেনেকৈ হয় ?

উত্তৰঃ 

(১৬)  শুদ্ধত ✓ চিন দিয়া । 

(ক)  মেৰু অঞ্চল পৃথিৱীৰ মাজভাগতকৈ ঠাণ্ডা । শুদ্ধ / অশুদ্ধ 

উত্তৰঃ 

(খ)  জলীয় ভাপ পানীৰ গেছীয় অৱস্থা । শুদ্ধ / অশুদ্ধ

উত্তৰঃ 

(গ)  বন্ধ কোঠাত কাপোৰ সোনকালে শুকায় । শুদ্ধ / অশুদ্ধ 

উত্তৰঃ 

(ঘ)  মাটিতকৈ পানী সোনকালে গৰম হয় । শুদ্ধ / অশুদ্ধ

উত্তৰঃ 

(ঙ)  পানীতকৈ মাটি সোনকালে ঠাণ্ডা হয় । শুদ্ধ / অশুদ্ধ

উত্তৰঃ 

(১৭)  একোটা শব্দেৰে পূৰোৱা ।

(ক)  বতৰ পৰিৱৰ্তনত ___________ মুখ্য ভূমিকা লয় । 

(খ)  শুকান বতৰ ____________ পাওঁ ।

(গ)  পানীভাগৰ পৰা মাটিভাগলৈ বোৱা বতাহক __________বোলে ।

(ঘ)  ডাৱৰীয়া বতৰত জলীয় ভাপ ______________থাকে ।

(ঙ)  বৰষুণ জোখাৰ একক হ’ল _____________ ।