AJB Class 4 New Science Chapter 4 | কাৰ্য্য, বল আৰু শক্তি | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 4

কাৰ্য্য, বল আৰু শক্তি

◻️  প্ৰশ্নাৱলী

(১)  বল কাক বোলে ?

উত্তৰঃ 

(২)  শক্তি কাক বোলে ?

উত্তৰঃ 

(৩)  স্থিতি শক্তি কাক বোলে ?

উত্তৰঃ 

(৪)  শাৰীৰিক শক্তি কাক বোলে ?

উত্তৰঃ 

(৫)  মাধ্যাকৰ্ষণীয় শক্তি কি ?

উত্তৰঃ 

(৬)  বৈদ্যুতিক শক্তিৰ পৰা তাপ আৰু পোহৰ শক্তি পোৱাৰ এটা  উদাহৰণ ।
উত্তৰঃ 
 

(৭)  শাৰিৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ 

(৮)  বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা  কৰা ।

উত্তৰঃ 

(৯)  কয়লা আৰু পেট্ৰ’লৰ পৰা কি কি শক্তি পাব পাৰি লিখা ।

উত্তৰঃ 

(১০)  বৰষুণৰ লগত সূৰ্য্যৰ তাপ আৰু পোহৰ শক্তিৰ সম্পৰ্ক কি ?

উত্তৰঃ

(১১)  শুদ্ধ নে অশুদ্ধ : ✓ চিন দিয়া ।

এটা উদাহৰণ : ফুটবলটো গুৰিয়ালে কাম কৰা হয় ।  শুদ্ধ /অশুদ্ধ

উত্তৰঃ

(ক)  চাৰাইটোক উৰিবলৈ শক্তি লাগে ।   শুদ্ধ /অশুদ্ধ

উত্তৰঃ 

(খ)  গৈ থকা গাড়ী এখনৰ স্থিতি শক্তি থাকে ।  শুদ্ধ /অশুদ্ধ

উত্তৰঃ 

(গ)  পানী ওপৰৰ পৰা পৰিলে স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয় ।  শুদ্ধ /অশুদ্ধ
উত্তৰঃ
 

(ঘ)  ঘড়ীৰ স্প্ৰিঙত স্থিতি শক্তি থাকে । শুদ্ধ /অশুদ্ধ

উত্তৰঃ 

(ঙ)  যন্ত্ৰই ইন্ধনৰ সহায়ত কাম কৰে । শুদ্ধ /অশুদ্ধ

উত্তৰঃ 

(১২)  খালী ঠাই পূৰোৱা ।

(ক)  _____ শক্তিয়ে বাল্বটো জ্বলায় ।

উত্তৰঃ 

(খ)  গছত লাগি থকা আমটোৰ ________ শক্তি থাকে ।

উত্তৰঃ 

(গ)  ভাপ ইঞ্জনত তাপ শক্তি ________ শক্তিলৈ সলনি হয় ।

উত্তৰঃ 

(ঘ)  বাল্বত বৈদ্যুতিক শক্তি পৰা _______ শক্তি আৰু ______শক্তি  পাব পাৰি ।

উত্তৰঃ 

(ঙ)  সকলো শক্তিৰ মূলতে হ’ল সূৰ্য্যৰ ______ আৰু ______ শক্তি ।

উত্তৰঃ 

(চ)  বিদ্যুৎচুম্বকত বৈদ্যুতিক শক্তি _______শক্তিলৈ সলনি হয় হয় ।

উত্তৰঃ