AJB Class 4 New Science Chapter 5 | উদ্ভিদৰ আহাৰ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 5

উদ্ভিদৰ আহাৰ

◻️  প্ৰশ্নাৱলী 

(১)  পত্ৰৰন্ধ্ৰ কি ?

উত্তৰঃ 

(২) গছৰ শিপাৰ কাম কি ?

উত্তৰঃ 

(৩)  শিপাৰবোৰ কেনেকুৱা বৰ্ণনা কৰা ।

উত্তৰঃ ।

(৪)  গছৰ পাতত কি কি থাকে ?

উত্তৰঃ 

(৫)  গছে পাততহে খাদ্য তৈয়াৰ কৰিব পাৰে। কিয় ?

উত্তৰঃ 

(৬)  গছৰ কাম কি কি ?

উত্তৰঃ 

(7)  ক্লৰ’ফিলৰ কাম কি ?

উত্তৰঃ 

(৮)  পাতত খাদ্য তৈয়াৰ হ’বলৈ কি কি বস্তুৰ প্ৰয়োজন ?

উত্তৰঃ 

(৯)  উদ্ভিদক শক্তি কিয় লাগে ? এই শক্তি ক’ৰ পৰা পায় ?

উত্তৰঃ 

(১০)  অৰ্কিডৰ শিপাই ক’ৰ পৰা পানী আহৰণ কৰে ?

উত্তৰঃ 

(১১)  এবিধ ফুল নুফুলা উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ 

(১২) পত্ৰৰন্ধ্ৰৰ কাম কি ?

উত্তৰঃ 

(১৩)  খালী ঠাই পূৰোৱা ।

(ক)  __________ থকা বাবে পাতৰ ৰং সেউজীয়া ।

(খ)  গছৰ পাতত থকা বিন্ধাবোৰক ________ বোলে ।

(গ)  ক্লৰ’ফিলে __________ শক্তি ধৰি ৰাখে ।

(ঘ)  পাতত তৈয়াৰ হোৱা খাদ্যবিধৰ নাম _________ ।

(ঙ)  পোহৰ নাপালে গছপুলি বাঢ়িব __________ ।

(চ)  গছে খাদ্য প্ৰস্তুত কৰিবলৈ __________ গেছৰ প্ৰয়োজন ।

(১৪)তলত উল্লেখ কৰা গছবোৰৰ কোন অংশত খাদ্য জমা হৈ থাকে ?

এটা উদাহৰণ : আম                   ফল।

দুপৰটেঙা                             

মিঠা আলু                             

সৰিয়হ                                  

কলগছ                               

গাজৰ                               

বাদাম