AJB Class 4 New Science Chapter 6 | গুটি বা বীজ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 6

গুটি বা বীজ

☐  প্ৰশ্নাৱলী

(১) ফুলৰ প্ৰধান অংশ কেইটা কি কি ? ছবি আঁকি দেখুওৱা ।

উত্তৰঃ 

(২) কিছুমান গুটি নগজাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ 

(৩) গুটি গজিবলৈ কি কি লাগে লিখা ।

উত্তৰঃ 

(৪) ফুল নোহোৱাকৈ গুটি হ’ব পাৰেনে ?

উত্তৰঃ

 (৫) পৰাগযোগ কাক বোলে ?

উত্তৰঃ 

(৬) গুটিৰ ভিতৰত থকা অংশটোৰ নাম কি ?

উত্তৰঃ 

(৭) পাঁচবিধ এটা গুটি থকা আৰু পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম লিখা ।
উত্তৰঃ 

(৮) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া ।

(ক) সকলো ফুলৰ ভিতৰত মৌৰস থাকে/নাথাকে ।

উত্তৰঃ 

(খ) পুংকেশৰৰ মূৰত ডিম্বক তৈয়াৰ হয়/নহয় ।

উত্তৰঃ 

(গ) পৰাগৰেণু নহ’লেও গুটি হ’ব পাৰে/ নোৱাৰে ।

উত্তৰঃ 

(ঘ) বতাহ উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে/ নকৰে ।

উত্তৰঃ

(ঙ) বটলত ভৰাই থোৱা শুকান গুটি গজিব পাৰে/নোৱাৰে ।

উত্তৰঃ 

(চ) পানীত ডুব গৈ থকা বীজৰ পৰা গজালি ওলায়/নোলায় ।

উত্তৰঃ