AJB Class 4 New Science Chapter 7 | গুটিৰ বিস্তাৰণ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 7

গুটিৰ বিস্তাৰণ

◻️   প্ৰশ্নাৱলী 

(১) গুটিৰ বিস্তাৰণ কাক বোলে ?

উত্তৰঃ 

(২) গুটিৰ বিস্তাৰণৰ চাৰিটা উপায় লিখা। প্ৰত্য়কৰে একোটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃ 

(৩) গছৰ আটাইবোৰ গুটি গছজোপাৰ তলতে গজি বাঢ়িব নোৱাৰে ।  কাৰণটো লিখা ।

উত্তৰঃ 

(৪) বতাহ আৰু পানীয়ে গুটি কেনেদৰে বিস্তাৰিত  কৰে লিখা ।

উত্তৰঃ  

(৫) প্ৰানীয়ে গুটি কেনেকৈ বিয়পায় লিখা ।

উত্তৰঃ 

(৬) পকিলে জোৰেৰে যোৱা দুবিধ ফলৰ নাম লিখা ।

উত্তৰঃ 

(৭) খাওঁতে গুটি পেটলৈ যোৱা পাঁচবিধ ফলৰ নাম লিখা ।

উত্তৰঃ 

(৮) খালী ঠাই পূৰ কৰা ।

(ক) কপাহৰ গুটি __________ দ্বাৰা বিস্তাৰিত হয় ।

(খ) তিলৰ গুটি _________ পৰে ।

(গ) মধুৰীআমৰ গুটি প্ৰণীৰ _________ লগত বিয়পে ।

(ঘ) শুঙৰ সহায়ত আনৰ গাত লাগি ধৰি বিয়পা এবিধ গুটি হ’ল _______ ।

(৯) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা ।

        ‘ক’ নাৰিকল বনগুটি মদাৰৰ গুটি ভোটএৰাৰ গুটি         ‘খ’ বতাহে উৰুৱাই নিয়ে পানীৰ সোঁতত উটি যায় ফাটি ছিটিকি পৰে শুঙৰ সহায়ত আন প্ৰানীৰ গাত লাগি ধৰে ◼️

উত্তৰঃ