AJB Class 4 New Science Chapter 8 | আমৰ দৰকাৰী উদ্ভিদ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 8

আমৰ দৰকাৰী উদ্ভিদ

⬜  প্ৰশ্নাৱলী

(১) শস্য কোনবোৰ ? 

উত্তৰঃ 

(২) পাঁচবিধ শস্য উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ 

(৩) আঁহ থকা গছ কেইবিধমানৰ নাম লিখা ।

উত্তৰঃ 

(৪) অসমৰ কোনবোৰ গছৰ পৰা কাঠ পোৱা যায় ?

উত্তৰঃ

(৫) শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ কি ?

উত্তৰঃ 

(৬) দাইলত কোনবিধ পুষ্টিকৰ দ্ৰব্য বেছিকৈ থাকে ?

উত্তৰঃ 

(৭) মাটিকাঁদুৰি, দুপৰটেঙা, চিৰতা, মানিমুনি, জাৰ্মানি বন,  আদা, ব্ৰাক্ষী, আদি উদ্ভিদৰ কি ঔষধি ণ্ডণ আছে তোমাৰ ছাৰ/বাইদেউ  আৰু আনক সুধি লাখা ।

উত্তৰঃ 

(৮) খালী ঠাই পূৰণ কৰা ।

(ক) ঘেঁহু এবিধ _________ উদ্ভিদ ।

(খ) ছয়াবিনত __________ থাকে ।

(গ) ছিনক’না গছৰ পৰা ________ প্ৰস্তুত কৰা হয় আৰু ই ______          বেমাৰ ভাল কৰে ।

(ঘ) _________ গছৰ পৰা শণ  সূতা পোৱা যায় ।

(ঙ) প্ৰকৃতিৰ পৰা  পোৱা শ্ৰেষ্ঠ সূতাবিধৰ নাম _________ সূতা ।

(চ) যৱৰ আন এটা নাম ________ ।