AJB Class 4 Social Science | Chapter 3 | অসমৰ জিলাসমূহ (দ্বিতীয় খণ্ড) | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 3

অসমৰ জিলাসমূহ

প্ৰশ্নাৱলীঃ

১। জিলা কাক বোলে?

উত্তৰঃ

২। অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান?

উত্তৰঃ

৩। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলাকেইখনৰ নাম লিখা।

উত্তৰঃ

৪। নামৰূপ অসমৰ কোনখন জিলাত অৱস্থিত ? এই ঠাইখন কিয় বিখ্যাত?

উত্তৰঃ

৫। অসমৰ ৰাজধানী চহৰখন কোনখন জিলাত অৱস্থিত?

উত্তৰঃ 

৬। অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ

৭। পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?

উত্তৰঃ

৮। কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?

উত্তৰঃ

৯। অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়?

উত্তৰঃ

১০। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানখনৰ নাম কি? এই ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰঃ

১১। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰী কিয় বিখ্যাত?

উত্তৰঃ

১২। অৰুণাচল প্ৰদেশলৈ যাবপৰা এটা প্ৰধান প্ৰৱেশপথৰ নাম লিখা।

উত্তৰঃ

১৩। ‘ড’ম্বুবাছ’ নামৰ ওখ শৃংগটো অসমৰ কোন খন জিলাত অৱস্থিত?

উত্তৰঃ

১৪। হাফলং কোন জিলাৰ সদৰ ঠাই?

উত্তৰঃ

১৫। বড়ো স্বয়ত্তশাসিত পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোনখন ঠাইত আছে?

উত্তৰঃ 

১৬। পাটবাউসী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ

১৭। তলত দিয়া ঠাইবোৰ কোন জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখা।

(ক) জাতিংগা

উত্তৰঃ

(খ) শ্ৰীসূৰ্য্য পাহাৰ

উত্তৰঃ

(গ) দ’পৰ্বতীয়া

উত্তৰঃ

(ঘ) পাথৰিঘাট

উত্তৰঃ

(ঙ) তিতাবৰ

উত্তৰঃ

(চ) দুলীয়াজান

উত্তৰঃ

(ছ) শুৱালকুছি।

উত্তৰঃ

১৮। তলত দিয়া ঠাইবোৰ বিষয়ে টোকা লিখা।

(ক) গুৱাহাটী

উত্তৰঃ

(খ) যোৰহাট

উত্তৰঃ

(গ) শিলচৰ

উত্তৰঃ

(ঘ) তেজপুৰ

উত্তৰঃ

(ঙ) ধুবুৰী।

উত্তৰঃ