AJB Class 5 New Science Chapter 1 (Unit 6) | জোখ-মাখ-১ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 1

জোখ-মাখ-১

◻️ প্ৰশ্নাৱলী

( ১ ) জোখমাখত এককৰ প্রয়ােজন কি? 

উত্তৰঃ 

( ২ ) পুৰণি কালত মানুহে কিহৰ সহায়ত সময়ৰ অনুমান কৰিছিল? 

উত্তৰঃ 

( ৩ ) এম কে এছ আৰু ছি জি এছ পদ্ধতি কি? 

উত্তৰঃ 

( ৪ ) এক পি এছ পদ্ধতিত দৈর্ঘ্য, ভৰ আৰু সময়ৰ একক কি কি? 

উত্তৰঃ 

( ৫ ) দৈর্ঘ্যৰ জোখ লােৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা উল্লেখ কৰা। 

উত্তৰঃ

( ৬ ) পৃথিৱীৰ আৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পর্ক কি ? 

উত্তৰঃ 

( ৭ ) পর্যাবৃত্ত ঘটনা কাক বােলে? দুটা উদাহৰণ দিয়া। 

উত্তৰঃ 

( ৮ ) গুণিতক আৰু উপ-গুণিতক একক কাক বােলে? প্রতিবিধৰ দুটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃ

( ৯ ) .২ মি.ত কিমান মিমি.? 

উত্তৰঃ

( ১০ ) এক কুইণ্টল ভৰ কিমান গ্রা.ৰ সমান? 

উত্তৰঃ 

( ১১ ) এক মাহত কিমান ছেকেণ্ড? 

উত্তৰঃ 

( ১২ ) আজিকালি বস্তুৰ দীঘ হাত বা বেগেতেৰে নােজোখে কিয়? 

উত্তৰঃ 

( ১৩ ) খালী ঠাই পূৰণ কৰা।

উত্তৰঃ

(ক) ১ কিগ্ৰা.    =         গ্ৰা. ।

(খ) ১ লি.    =             মিলি.।

(গ) ১ ঘণ্টা.    =          ছে.।

(ঘ) ১ কিমি.    =             ছেমি.।