AJB Class 5 New Science Chapter 2 (Unit 6) | জোখ-মাখ-২ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 2

জোখ-মাখ-২

◻️ প্ৰশ্নাৱলী

( ১ ) এমকেএছ পদ্ধতিত তলত দিয়া ৰাশিসমূহৰ একক কি? 

ভৰ, আয়তন, কালি, ঘনত্ব

উত্তৰঃ 

( ২ ) একক বর্গ কাক কোৱা হয়? ৭২ বর্গ মি.ত একক বর্গ কিমানটা থাকিব ? 

উত্তৰঃ 

( ৩ ) পাত এটাৰ কালি কেনেকৈ উলিয়াবা বর্ণনা কৰা । 

উত্তৰঃ 

( ৪ ) লব্ধ একক কাক বােলে? তিনিটা উদাহৰণ দিয়া । 

উত্তৰঃ  

( ৫ ) এটা কাঠৰ টুকুৰাৰ দীঘ ৪০ ছেমি., পুতল ২৫ ছেমি. আৰু উচ্চতা ১০ ছেমি.। কাঠৰ টুকুৰাটোৰ আয়তন উলিওৱা । 

উত্তৰঃ

( ৬ ) ওপৰত দিয়া কাঠৰ টুকুৰাটোৰ আয়তন ঘন মিটাৰত কিমান হ’ব?

উত্তৰঃ 

( ৭ ) ১ ঘন মি.ত ছিজিএছ পদ্ধতিৰ কিমানটা একক বর্গ ধৰিব?

উত্তৰঃ

( ৮ ) এটা ঘৰৰ মজিয়াৰ দীঘ ১০ মি . আৰু পুতল ৬ মি.। মজিয়াখনৰ কালি কিমান? মজিয়াখন পকী কৰিবলৈ ২০ ছেমি. দীঘল আৰু ৬ ছেমি . পুতলৰ কেইটা ইটা লাগিব?

উত্তৰঃ