AJB Class 5 New Science Unit 4 | বায়ু প্ৰদূষণ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Unit 4

বায়ু প্ৰদূষণ

১। বায়ু প্ৰদূষণ কি?

উত্তৰঃ

২। বায়ু প্ৰদূষণৰ তিনিটা কাৰকৰ নাম লিখা।

উত্তৰঃ 

৩। ধূলি-বালি কিদৰে বায়ুত মিহলি হয়?

উত্তৰঃ  

( ৪ ) বায়ু প্ৰদূষণৰ চাৰিটা প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ 

( ৫ ) বায়ু প্ৰদূষণ কেনেকৈ হয়?

উত্তৰঃ 

( ৬ ) এছিড বৰষুণ কি? ই কিয় অপকাৰী?

উত্তৰঃ

( ৭ ) কার্বন ম’নক্সাইড নামৰ গেছবিধে আমাৰ কি অপকাৰ কৰে?

উত্তৰঃ 

( ৮ ) বায়ু প্ৰদূষণ ৰােধ কৰাৰ তিনিটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ

( ৯ ) শুদ্ধ / অশুদ্ধ লিখা।

ক ) ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰিলে ইন্ধন ৰাহি হয়।

উত্তৰঃ

খ ) সৌৰশক্তি ব্যৱহাৰ কৰা সঁজুলিবােৰৰ পৰা বায়ু প্ৰদূষণ বেছি হয়।

উত্তৰঃ 

গ ) ছালফাৰ ডাই – অক্সাইডে এছিড বৰষুণ সৃষ্টি কৰে।

উত্তৰঃ 

ঘ ) প্লাষ্টিক জ্বলালে বায়ু প্ৰদূষণ হয়।

উত্তৰঃ  

ঙ ) বায়ুত থকা এবিধ অপকাৰী গেছ হ’ল অক্সিজেন।

উত্তৰঃ

( ১০ ) বায়ু প্ৰদূষণৰ উৎসবােৰ কি কি ? প্ৰদূষণৰ প্ৰভাৱ জীৱৰ ওপৰত কেনেদৰে পৰে লিখা।

উত্তৰঃ   

( ১১ ) বায়ু প্ৰদূষণ ৰােধ কৰিবলৈ সহজে ল’ব পৰা ছটা উপায় লিখা।

উত্তৰঃ