AJB Class 5 New Science Unit 5 | পদাৰ্থ আৰু ইয়াৰ ধৰ্ম | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Unit 5

পদাৰ্থ আৰু ইয়াৰ ধৰ্ম

◻️ প্ৰশ্নাৱলী

(১) বস্তুৰ ভৰ কাক বোলে? ভৰ দুটা এককৰ নাম লিখা।

উত্তৰঃ 

(২)

(ক) বস্তুৰ ভৰ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়?

উত্তৰঃ

(খ) ওজনৰ সংজ্ঞা দিয়া। ওজনৰ এটা এককৰ নাম লিখা।

উত্তৰঃ 

(গ) ভৰ আৰু ওজনৰ পাৰ্থক্য লিখা।

উত্তৰঃ

( ৩ ) দুটা বস্তুৰ ভৰ কিহৰ সহায়ত তুলনা কৰিব পাৰি? 

উত্তৰঃ 

( ৪ ) একে আয়তনৰ হ’লেও বেলেগ বেলেগ ভৰৰ চাৰিবিধ পদার্থৰ নাম লিখা। 

উত্তৰঃ  

( ৫ ) পদাৰ্থৰ ঘনত্বৰ সূত্ৰটো কি ? ঘনত্বৰ দুটা এককৰ নাম লিখা।

উত্তৰঃ 

( ৬ ) বস্তুৰ আকাৰ বা আয়তনৰ ওপৰত ঘনত্ব নিৰ্ভৰ নকৰে। কিয়, বুজাই লিখা । এটা পৰীক্ষাত আধা কিল’গ্রাম ভৰৰ আৰু আন এটা পৰীক্ষাত এক কিল’গ্রাম ভৰ লােহা ব্যৱহাৰ কৰা হৈছে । পৰীক্ষা দুটাত লােহাৰ ঘনত্ব একে পােৱা যাবনে ? 

উত্তৰঃ 

( ৭ ) গেছীয় পদার্থৰ কিয় নির্দিষ্ট ঘনত্ব নাথাকে লিখা । 

উত্তৰঃ 

( ৮ ) এক ঘন মিটাৰ পানীৰ ভৰ কিমান ? 

উত্তৰঃ 

( ৯ ) ১ কিল’গ্রাম ৯৫০ গ্রা, পাৰাৰ আয়তন ১৫০ ঘন ছেমি.। পাৰাৰ ঘনত্ব উলিওৱা। 

উত্তৰঃ 

( ১০ ) এলুমিনিয়ামৰ ঘনত্ব ৩ গ্রা./ঘন ছেমি.। 

ক ) ৩৫১ গ্রা. এলুমিনিয়ামৰ আয়তন কিমান? 

উত্তৰঃ 

খ ) ১৬০ ঘন ছেমি. এলুমিনিয়ামৰ ভৰ কিমান? 

উত্তৰঃ 

গ ) এলুমিনিয়াম পানীতকৈ কিমান গুণে গধুৰ?

উত্তৰঃ 

( ১১ ) শুদ্ধ উত্তৰত ✓ চিন দিয়া । 

( ক ) তুলাচনীৰে তুলনা কৰা হয়

◻️ ভৰ

◻️ ওজন

◻️ দুয়োটা

উত্তৰঃ 

( খ ) একক ভৰৰ সােণ , লােহা আৰু তাম ল’লে সিহঁতৰ আয়তন

◻️ একে

◻️ একে নহয়।

◻️ ভৰ আৰু আয়তনৰ মাজত সম্পৰ্ক নাই।

উত্তৰঃ 

( গ ) একে আয়তনৰ পানী , গ্লিছাৰিন আৰু মৌ ল’লে পদার্থ তিনিবিধৰ ভৰ 

◻️  একে

◻️ একে নহয় ।

◻️ ভৰ আৰু আয়তনৰ মাজত সম্পর্ক নাই 

উত্তৰঃ

( ঘ ) একেবিধ পদাৰ্থৰ বিভিন্ন ভৰ ললে পদার্থবিধৰ ঘনত্ব 

◻️ বাঢ়িব

◻️ একে থাকিব

◻️ মিব

উত্তৰঃ

( ঙ ) এক মিলি, পানীৰ ভৰ

◻️ ১ গ্রা.

◻️ ২ গ্রা. 

◻️ ৩ গ্রা. 

উত্তৰঃ

( চ ) ঘনত্ব বাঢ়ি যােৱা ক্ৰমত সজালে কোনটো ক্রম শুদ্ধ? 

◻️ তাম, লােহা, পাৰা

◻️ লােহা, তাম, পাৰা

◻️ লােহা, পাৰা, তাম

◻️ পাৰা, লােহা, তাম।

উত্তৰঃ