AJB Class 5 New Science Unit 7 | পোহৰ | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Unit 7

পোহৰ

◻️ প্ৰশ্নাৱলী

( ১ ) দীপ্তিমান আৰু অদীপ্তিমান বস্তু কি উদাহৰণৰ সৈতে লিখা। 

উত্তৰঃ 

( ২ ) পােহৰ দেখা পােৱা যায়নে? পােহৰে অদীপ্তিমান বস্তু এটা দেখা পােৱাত কেনেকৈ সহায় কৰে? 

উত্তৰঃ 

( ৩ ) চাকি এটা আমি কেনেকৈ দেখোঁ লিখা। 

উত্তৰঃ 

( ৪ ) চন্দ্রই কেনেকৈ আমাক ৰাতি পােহৰ দিয়ে চিত্রসহ ব্যাখ্যা কৰা। 

উত্তৰঃ 

( ৫ ) পৃথিৱীয়ে পােহৰ ক’ৰ ক’ৰ পৰা পায়?

উত্তৰঃ 

( ৬ ) স্বাভাৱিক আৰু কৃত্রিম পােহৰ কি? উদাহৰণ দিয়া। 

উত্তৰঃ

( ৭ ) স্বচ্ছ, অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কি? উদাহৰণসহ লিখা। 

উত্তৰঃ 

( ৮ ) স্বচ্ছ বস্তুক কেনেকৈ অস্বচ্ছ কৰিব পাৰি পৰীক্ষা এটা বর্ণনা কৰা। 

উত্তৰঃ  

( ৯ ) পােহৰৰ সৰলৰৈখিক গতি এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা। 

উত্তৰঃ

( ১০ ) বিন্দুসম আৰু বিস্তৃত উৎস কি? এটা বিন্দুসম উৎস কেনেকৈ পাব পাৰি ? বিস্তৃত উৎসৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ 

( ১১ ) 

( ক ) বিন্দুসম উৎসই কেনেকৈ প্রচ্ছায়া গঠন কৰে চিত্রসহ বুজাই লিখা।

উত্তৰঃ    

( খ ) প্রচ্ছায়া অঞ্চল কেনেকৈ বৃদ্ধি কৰিব পাৰি? 

উত্তৰঃ 

( ১২ ) 

( ক ) বিস্তৃত উৎসৰ পৰা কেনেকৈ প্রচ্ছায়া আৰু উপচ্ছায়াৰ সৃষ্টি হয় বর্ণনা কৰা। 

উত্তৰঃ 

( খ ) প্রচ্ছায়া আৰু উপচ্ছায়া অঞ্চল কেনেকৈ বঢ়াব-কমাব পাৰি ব্যাখ্যা কৰা। 

উত্তৰঃ

( ১৩ ) বিস্তৃত আৰু বিন্দুসম ছাঁৰ পার্থক্য কি কি? 

উত্তৰঃ 

( ১৪ ) ওপৰেদি উৰি যােৱা চৰাইৰ ছাঁ পৃথিৱীত কিয় নপৰে চিত্ৰ আঁকি ব্যাখ্যা কৰা। 

উত্তৰঃ 

 (১৫) শুদ্ধ উত্তৰটোৰ ওপৰত ✓ চিন দিয়া।

( ক ) বায়ু স্বচ্ছ/অস্বচ্ছ পদার্থ। 

উত্তৰঃ

( খ ) বটলত পােৱা আঠা স্বচ্ছ/অস্বচ্ছ/ঈষৎ স্বচ্ছ পদার্থ। 

উত্তৰঃ 

( গ ) পানীৰ মাজেদি পােহৰৰ বেগ কম/বেছি। 

উত্তৰঃ 

( ঘ ) স্বচ্ছ পদার্থহে পােহৰৰ মাধ্যম হ’ব পাৰে/নােৱাৰে। 

উত্তৰঃ

( ঙ ) সূর্য বিস্তৃত উৎস নহয়/হয়। 

উত্তৰঃ 

( চ ) পােহৰৰ বাটত বাধা পৰিলে ছাঁ গঠন হয় / নহয়। 

উত্তৰঃ

( ছ ) সকলাে উৎসৰ বাবে উপচ্ছায়া অঞ্চল পােৱা যায়/নাযায়

উত্তৰঃ

( জ ) সূৰ্যৰ পােহৰত সৃষ্টি হােৱা সকলাে বস্তুৰ ছাঁত প্রচ্ছায়া আৰু উপচ্ছায়া অঞ্চল থাকে/নাথাকে। 

উত্তৰঃ

( ঝ ) ছাঁ গঠন হ’লে বস্তুটো উৎস আৰু ছাঁৰ মাজত থাকে/নাথাকে। 

উত্তৰঃ

(ঞ ) স্বচ্ছ পদাৰ্থৰ ছাঁ গঠন হ’ব পাৰে/নােৱাৰে। 

উত্তৰঃ

( ট ) ছাটো কিমান ডাঙৰ হ’ব সেয়া উৎসটোৰ ওপৰত নিৰ্ভৰ কৰে/নকৰে

উত্তৰঃ

( ১৬ ) শুদ্ধ উত্তৰটোৰ ওপৰত ✓ চিন দিয়া । 

( ক ) যিবােৰ পদাৰ্থৰ মাজেদি কম পােহৰ পাৰ হৈ যায় , সেইবােৰ 

◻️ স্বচ্ছ

◻️ অস্বচ্ছ 

◻️ ঈষৎ স্বচ্ছ।

উত্তৰঃ

( খ ) পােহৰৰ পথটো হ’ল

◻️ বেঁকা 

◻️ সৰলৰৈখিক 

◻️ ঘূৰণীয়া। 

উত্তৰঃ

( গ ) বাধাটো বিস্তৃত উৎসৰ ওচৰলৈ নিলে, ছাঁটো 

◻️ ডাঙৰ হয়

◻️ নােহােৱা হয়

◻️ সৰু হয়

উত্তৰঃ