AJB Class 5 New Science Unit 9 | প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Unit 9

প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা

◻️প্ৰশ্নাৱলী

( ১ ) প্রাকৃতিক দুর্যোগ কাক বােলে? 

উত্তৰঃ 

( 2 ) আমাৰ ইয়াত ছুনামী নহয় কিয়? 

উত্তৰঃ  

( ৩ ) বানপানী কেনেদৰে হয়? 

উত্তৰঃ 

( ৪ ) বানপানী হ’লে মানুহৰ কি কি অসুবিধা হয়? 

উত্তৰঃ 

( ৫ ) বানপানী হলে যাতায়াতৰ ক্ষেত্ৰত কি কি অসুবিধা হয়? 

উত্তৰঃ  

( ৬ ) বানপানীৰ সময়ত ল’বলগীয়া চাৰিটা সাৱধানতা উল্লেখ কৰা। 

উত্তৰঃ  

( ৭ ) ভূমিকম্পৰ সময়ত ল’বলগীয়া চাৰিটা সাৱধানতাৰ কথা উল্লেখ কৰা। 

উত্তৰঃ 

( ৮ ) ভূমিকম্প কিয় হয়? 

উত্তৰঃ

( ৯ ) ভূমিকম্প হ’লে মানুহৰ কি কি অসুবিধা হয়? 

উত্তৰঃ  

( ১০ ) ভূমিস্থলন হােৱাৰ তিনিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ 

( ১১ ) ভূমিস্খলনৰ পৰা হাত সাৰিবলৈ কেনে স্থানত ঘৰ সজা অনুচিত? 

উত্তৰঃ  

( ১২ ) ভূমিস্খলনৰ পৰা হাত সাৰিবলৈ ল’বলগীয়া দুটা সাৱধানতা উল্লেখ কৰা। 

উত্তৰঃ 

( ১৩ ) চাৰিটা প্রাকৃতিক দুৰ্যোগৰ নাম উল্লেখ কৰা। 

উত্তৰঃ 

( ১৪ ) গড়া-খহনীয়া কি? 

উত্তৰঃ 

( ১৫ ) বানপানীয়ে খেতি – বাতিত কিদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ