AJB Class 5 Social Science Book Chapter 2 | আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চৰকাৰ ব্যৱহাৰ | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 2

আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চৰকাৰ ব্যৱহাৰ

১। মাটিত গছৰ বীজ বা গুটি গজিব পৰা প্ৰাকৃতিক গুণটোক মানুহে নিজৰ প্ৰয়োজন পূৰণ হোৱাকৈ ব্য়ৱহাৰ কৰা কাৰ্যটোকেই কি বোলা হয়?

উত্তৰঃ কৃষি বা খেতি বোলা হয়।

২। কৃষি কাৰ্ষৰ বাবে পানীৰ প্ৰয়োজন হয় বাবেই মানুহে প্ৰথমে কি বসতি আৰম্ভ কৰিছিল?

উত্তৰঃ নদী আৰু হ্ৰদৰ পাৰত বসতি আৰম্ভ কৰিছিল।

৩। মাটি চহাবলৈ প্ৰথম অৱস্থাত কি কি?

উত্তৰঃ শিলৰ সঁজুলি, গছৰ ডাল, জন্তুৰ শিং, হাড় ইত্য়াদি ব্য়ৱহাৰ কৰা হৈছিল।

৪। ইতিহাসবিদসকলৰ মতে খ্ৰী.পূ. কি মান চনত মেচোপটেমিয়াত প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল?

উত্তৰঃ ৪০০০ চনত মেচোপটেমিয়াত প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল।

৫। সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য কৰা কামটো কি মান বছৰ মানৰপৰা আৰম্ভ হৈছিল?

উত্তৰঃ ৯০০০ বছৰ  মানৰপৰা আৰম্ভ হৈছিল ।

৬। ধান খেতি আৰম্ভ হৈছিল কি মান বছৰৰ আগেয়ে চীন দেশত?

উত্তৰঃ ৫০০ বচৰ আগেয়ে চীন দেশত। 

৭।  কি মান বছৰ মানতহে চকাৰ উদ্ভাৱন হৈছিল বুলি কোৱা হয়?

উত্তৰঃ ৩০০০ বছৰ মানতহে চকাৰ উদ্ভাৱন হৈছিল বুলি কোৱা হয়। 

৮।  প্ৰায় কি মান মানতহে গৰু, ম’হ আদি জন্তু মানুহে পালন কৰিবলৈ লৈছিল?

উত্তৰঃ ৬০০০ মানতহে গৰু, ম’হ আদি জন্তু মানুহে পালন কৰিবলৈ লৈছিল। 

৯। পোনপ্ৰথমে কৃষি কাৰ্ষ আৰম্ভ হোৱা পৃথিৱীৰ ঠাইসমূহ হ’লকি কি? 

উত্তৰঃ চিৰিয়া, পেলেষ্টাইন, বেলুচিস্তান আদি। 

১০। কৃষি কাৰ্যৰ লগত জড়িত হৈ থকা মূল কথা কেইতা?

উত্তৰঃ দুটা। 

১১। আদিম যুগৰ মানুহৰ মাজত এনে কিছুমান মানুহৰ দলো আছিল যিসকলে খেতি নকৰাকৈয়ে কি কৰিছিল? 

 উত্তৰঃ জীৱন-নিৰ্বাহ কৰিছিল।

১২। অৰণ্য়ৰ মাজত মানুহৰ জীৱন মুঠেই নিৰাপদ নাছিল বিষাক্ত কি কি?

উত্তৰঃ কীট-পতংগ, জীৱ-জন্তু, সাপ আদিৰ আক্ৰমণত আদিম মানুহে বৰ কষ্টেৰে দিন কটাব লগা হৈছিল।

১৩। অৰণ্য়ৰ মাজত আদিম মানুহে খাদ্য় সংগ্ৰহ কৰিবলৈ যাওঁতে নানা বিপদ-বিঘিনিৰ মুখামুখি হৈছিল। এইদৰে ঘূৰি ফুৰোঁতে সকলো ঠাইতে কি পোৱা নাছিল?

উত্তৰঃ সুবিধাজনক আশ্ৰয়স্থল পোৱা নাছিল।

১৪।  মানৱ সভ্য়তাৰ কোনটো যুগত মানুহে অৰণ্য় এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি-কাষৰীয়া সমতল অঞ্চললৈ আহে?

উত্তৰঃ নৱপ্ৰস্তযুগত।

১৫। ইতিহাসবিদসকলৰ মতে সিন্ধু আৰু ছুমেৰীয় সভ্য়তাৰ মানুহেই পোনপ্ৰথমে চকাৰ ব্য়ৱহাৰৰ কি জানিছিল?

উত্তৰঃ কৌশল  জানিছিল।

১৬। খাদ্য় সংগ্ৰহৰ বাবে ঘূৰি ফুৰোঁতে আদিম মানুহে আন কথা ভাবিবলৈ অৱকাশেই পোৱা নাছিল। সেয়েহে প্ৰাকৃতিক ঘটনা পৰিঘটনা যেনে, কি কি?

উত্তৰঃ ৰ’দ-বৰষুণ, ধুমুহা, দিন-ৰাতি আদি কথাবোৰ তেওঁলোকে বুজি পোৱা নাছিল।

১৭। এইদৰেই বীজবোৰ গজিবলৈ আৰু তাৰ পুলিবোৰ ডাঙৰ হ’বলৈ যে উপযুক্ত মাটি আৰু সঠিক পৰিমাণৰ কি প্ৰয়োজন হয়?

উত্তৰঃ বায়ু-পানীৰ  প্ৰয়োজন হয়।

১৮। আদিম মানুহে এইদৰে কি আৰম্ভ কৰি খাদ্য়-শস্য় উৎপাদন কৰোঁতে বহুতো অসুবিধাৰ সন্মুখীন হৈছিল?

উত্তৰঃ কৃষি কাৰ্য আৰম্ভ  হৈছিল।

১৯। এই কাৰ্যত সফল হ’বলৈ তেওঁলোকক কি প্ৰয়োজন হৈছিল?

উত্তৰঃ বহু বছৰৰ  প্ৰয়োজন হৈছিল।

২০। ইয়াৰ লগে লগে মাটিত শস্য়ৰ বীজ সিঁচিবলৈ আৰু পুলি ৰুবলৈ মাটি কি কথাটো আহি পৰিল?

উত্তৰঃ মাটি চহোৱাৰ কথাটো আহি পৰিল।