AJB Class 5 Social Science Book Chapter 5 | ভাৰতত আৰ্যসকল | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 5

ভাৰতত আৰ্যসকল

১। আৰ্যসকলৰ মূল জীৱিকা কি আছিল?

 উত্তৰঃ পশুপালন আছিল।

২। আৰ্য শব্দৰ অৰ্থ কি আছিল?

উত্তৰঃ কৃষক আছিল।

৩। পৰৱৰ্তী সময়ত আৰ্যসকলে আৰ্য শব্দৰ অৰ্থ কি কৰিছিল?

উত্তৰঃ শ্ৰেষ্ঠ কৰিছিল।

৪। আৰ্যসকলৰ সভ্য়তা কি আছিল?

উত্তৰঃ গ্ৰাম্য়কেন্দ্ৰিক আছিল।

৫। প্ৰথমাৱস্থাত সপ্ত সিন্ধু’ৰ পাৰতেই আৰ্যসকলে কি স্থাপন কৰিছিল?

উত্তৰঃ বসতি  স্থাপন কৰিছিল।

৬। আৰ্যসকল মূলত কি আছিল?

উত্তৰঃ পিতৃপ্ৰধান আছিল।

৭। পৰিয়ালৰ মূল মানুহজনক কি বোলা হৈছিল?

উত্তৰঃ গৃহপতি বোলা হৈছিল।

৮।  আৰ্যসকলে মূলতঃ ইন্দ্ৰ অগ্নি আৰু বৰুণ কাক পূজা-অৰ্চনা কৰিছিল?

উত্তৰঃ দেৱতাক পূজা-অৰ্চনা কৰিছিল।

৯। আৰ্যসকলে নদীক দেৱী কি কৰিছিল?

উত্তৰঃ জ্ঞান কৰিছিল।

১০। ঊষা আৰু অদিতিক প্ৰধান দেৱী হিচাপে কাক পূজা কৰিছিল?

উত্তৰঃ ঊষা আৰু অদিতিক প্ৰধান দেৱী হিচাপে আৰ্যসকলে  পূজা কৰিছিল।

১১। আৰ্যসকলৰ  প্ৰধান গ্ৰন্থ আছিল বেদ। বেদৰ অৰ্থ কি?

উত্তৰঃ  বেদৰ অৰ্থ আছিল জ্ঞান।

১২। যজুৰ্বেদ ৰচনাৰ সময়ত অনাৰ্যসকলে কৰা কি পূজা-পাতলৰ প্ৰভাৱ পৰা দেখা গৈছিল। জাতিভেদ  প্ৰথাৰ প্ৰভাৱ সমাজত বেছিকৈ পৰা দেখা গৈছিল?

উত্তৰঃ পূজা-পাতলৰ  জাতিভেদ  প্ৰথাৰ প্ৰভাৱ সমাজত বেছিকৈ পৰা দেখা গৈছিল।

১৩। আটাইতকৈ পুৰণি বেদখনৰ নাম ঋকবেদ । ইয়াত কি মান টা শ্লোক আছে। 

উত্তৰঃ ১০২৮ টা শ্লোক আছে।

১৪। মানুহৰ মুখে মুখে বেদ প্ৰচলিত হৈ আহিছিল বাবে বেদক কি বোলা হয়।

উত্তৰঃ শ্ৰুতি বোলা হয়।

১৫। প্ৰায় খ্ৰিষ্টপূৰ্ব ২৫০০ মানত বেদ ৰচনা কৰা হৈছিল বুলি কাক অনুমান কৰিছিল?

উত্তৰঃ পণ্ডিতসকলে অনুমান কৰিছিল।

১৬। দশমিক সংখ্য়াৰ ধাৰণা কি প্ৰথমে আৱিষ্কাৰ হৈছিল?

উত্তৰ ঃ ভাৰততেই  প্ৰথমে আৱিষ্কাৰ হৈছিল।

১৭। বেদৰ উপৰিও সেই সময়ৰ আনকেইখনমান উল্লেখযোগ্য় গ্ৰন্থ কি কি? 

 উত্তৰঃ ব্ৰাক্ষণ, আৰণ্য়ক, উপনিষদ আদি।

১৮। অথৰ্ববেদ চিকিৎসা সম্পকীয় বেদ। অথৰ্ববেদক ভাৰতীয় চিকিৎসা বিজ্ঞানৰ কি বুলি কোৱা হয়? 

উত্তৰঃ মূল ভেটি বুলি কোৱা হয়।

১৯। ঘেঁহু, যৱ আৰু গাখীৰ কাৰ প্ৰধান খাদ্য়?

উত্তৰঃ  ঘেঁহু, যৱ আৰু গাখীৰ আৰ্যসকলৰ প্ৰধান খাদ্য়।

২০। নীবি-ধূতি জাতীয় কাপোৰ বাস-চোলা জাতীয় কাপোৰ: অধিবাস গাত মেৰিয়াই লোৱা চাদৰ কাপোৰক কি বোলে?

উত্তৰঃ জাতীয় কাপোৰ বোলে।