AJB Class 5 Social Science | Chapter 11 | স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান-গাওঁ পঞ্চায়ত | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 11

স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান-গাওঁ পঞ্চায়ত

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) পৌৰ নিগম কাক বোলে?

উত্তৰঃ

(খ) কিমান জনসংখ্যাৰ এলেকাত একোখন গাওঁ পঞ্চায়ত গঠন কৰা হয়?

উত্তৰঃ 

(গ) গাওঁ পঞ্চায়তৰ এলেকাসমূহ কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ

(ঘ) গাওঁ পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে?

উত্তৰঃ 

(ঙ) গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ 

(চ) গাওঁ পঞ্চায়তৰ উপ সভাপতি আৰু সদস্যসকলে কাৰ ওচৰত ইস্তফা দিব লাগে?

উত্তৰঃ 

(ছ) গাওঁ পঞ্চায়তৰ সভাপতিজনে কাৰ ওচৰত ইস্তফা দিব লাগে?

উত্তৰঃ 

(জ) গাওঁ পঞ্চায়তৰ সচিবজনক কোনে নিযুক্তি প্ৰদান কৰে?

উত্তৰঃ 

(ঝ) গাওঁ পঞ্চায়তৰ দুখন সভাৰ মাজৰ ব্যৱধান কিমান বছৰ?

উত্তৰঃ

(ঞ) গাওঁ সভাৰ বৈছক বছৰত কিমানবাৰ বহে?

উত্তৰঃ 

২।খালী ঠাই পূৰ কৰা।

(ক) নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানটোৰ নাম

(খ) গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল  বছৰ।

(গ) গাওঁ পঞ্চায়তৰ সভাপতিয়ে   ক  ইস্তফা পত্ৰ দিব লাগে।

(ঘ) গাওং পঞ্চায়ৰ সচিবজনক   নিযুক্তি দিয়ে।

(ঙ) গাওঁ পঞ্চায়তৰ কাৰ্যালয় পৰিচালনাৰ দায়িত্ব  ৰ।

(চ) গাওঁ পঞ্চায়তৰ সভাসমূহ  মাহৰ মূৰে মূৰে অনুষ্ঠিত হয়।

(ছ) গাওঁসভাই যিকোনো সিদ্ধান্ত ল’বৰ বাবে পঞ্চায়ত এলেকাৰ মুঠ সদস্যৰ শতকৰা   ভাগ সদস্য উপস্থিত থাকিব লাগিব।

৩।’ক’ অংশ ‘খ’ অংশৰ লগত মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
গাঁওসভাগাঁও পঞ্চায়তৰ ৰাজহুৱা সভা
পৌৰনিগমডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয়
থূলনগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান
পৌৰসভাগাঁওসবাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সদস্য সংখ্যা

উত্তৰঃ

৪। তলৰ বাক্যবোৰ ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখা।
(ক) গাওঁ এখনত উদ্ভৱ হোৱা সমস্যাসমূহ তাত বাস কৰা লোকসকলে নিজ নিজ মত আৰু বুদ্ধিৰে সমাধান কৰে।

উত্তৰঃ 

(খ) গাওঁপঞ্চায়তৰ সভাপতিজনক পঞ্চায়তখনৰ আন দহজন সদস্যই নিৰ্বাচন কৰে।

উত্তৰঃ 

(গ) গাওঁ পঞ্চায়ত এখনৰ উপ-সভাপতিজনে সভাপতিৰ ওচৰত ইস্তফা-পত্ৰ দিব লাগে।

উত্তৰঃ 

(ঘ) গুৱাহাটী মহানগৰীত থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানটোৰ নাম হ’ল পৌৰনিগম।

উত্তৰঃ 

(ঙ) গাওঁ পঞ্চায়তখনৰ এলেকাসমূহ আঠটা ভাগত ভগোৱা হয়।

উত্তৰঃ 

৫।চমু উত্তৰ লিখাঁ।(২০ টা শব্দৰ ভিতৰত)

(ক) গাওঁ পঞ্চায়ত কি?

উত্তৰঃ  

(খ) গাওঁ পঞ্চায়তৰ কাৰ্যকালৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

(গ) গাঁওসভা কাক বোলে?

উত্তৰঃ 

(ঘ) থূল কি?

উত্তৰঃ 

(ঙ) গাওঁ-পঞ্চায়তৰ উপ-সভাপতিজন কেনেদৰে নিৰ্বাচিত হয়?

উত্তৰঃ 

৬।গাওঁ পঞ্চায়ত এখন কেনেকৈ গঠন কৰা হয় চমুকৈ আলোচনা কৰা। 

উত্তৰঃ

৭।গাওঁ পঞ্চায়ত এখনৰ যিকোনো পাঁচটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ