AJB Class 5 Social Science | Chapter 15 | পৃথিৱীৰ জলভাগ আৰু স্থলভাগ | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 15

পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(ক) পৃথিৱীৰ মুঠ কালিৰ জলভাগ আৰু স্থলভাগে কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ

খ) মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?

উত্তৰঃ

গ) কোনখন মহাদেশৰ জনসংস্যা আটাইটকৈ বোছি?

উত্তৰঃ

ঘ) আটাইতকৈ বিশাল মহাসাগৰ কোনখন?

উত্তৰঃ 

ঙ) বৃটিছ দ্বীপপুঞ্জ কোনখন মহাসাগৰৰ অন্তৰ্গত?

উত্তৰঃ

চ) আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি?

উত্তৰঃ

ছ) উপসাগৰ কাক বোলে?

উত্তৰঃ

জ) কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখাডাল পাৰ হৈ গৈছে?

উত্তৰঃ

ঝ) ওছেনিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ

ঞ) ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে কি বোলে?

উত্তৰঃ

ট) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম?

উত্তৰঃ 

ঠ) পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি?

উত্তৰঃ

 ড) এণ্টাৰ্কটিকা মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ

ঢ) কোন গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি?

উত্তৰঃ

ণ) প্ৰশান্ত মহাসাগৰৰ দুটা উল্লেখযোগ্য দ্বীপৰ নাম লিখাঁ।

উত্তৰঃ

ত) ভাৰত মহাসাগৰক কোনকেইখন দেশে আগুৰি আছে?

উত্তৰঃ 

থ) ভাৰত মহাসাগৰত থকা দুটা দ্বীপৰ নাম লিখাঁ।

উত্তৰঃ

দ) দক্ষিন মহাসাগৰে কোনখন মহাদেশক আগুৰি আছে?

উত্তৰঃ

ধ) পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?

উত্তৰঃ 

ন) ভাৰতবৰ্ষ কোনখন মহাদেশত আছে?

উত্তৰঃ

প) পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন? ই কোন মহাদেশৰ অন্তৰ্ভুক্ত?

উত্তৰঃ

ফ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন আৰু ই কোনখন মহাদেশত আছে?

উত্তৰঃ

ব) ইউৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ

ভ) আফ্ৰিকা মহাদেশৰ অন্তৰ্ভৃুক্ত দুখন দেশৰ নাম লিখাঁ।

উত্তৰঃ

ম) ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখাঁ।

উত্তৰঃ

য) ইউৰোপ মহাদেশত গঢ় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম লিখাঁ।

উত্তৰঃ

ৰ) উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখাঁ।

উত্তৰঃ 

ল) পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন?

উত্তৰঃ

২। খালী ঠাই পূৰ কৰাঁ।

ক) পৃথিৱীৰ মুঠ কালিৰ প্ৰায়         শতাংশ স্থলভাগে আগুৰি আছে।

খ) জলভাগৰ মাজে মাজে        বিস্তৃত হৈ আছে।

গ) জাপান          মহাসাগৰৰ অন্তৰ্গত এখন দেশ।

ঘ) শ্ৰীলংকা       মহাসাগৰৰ অন্তৰ্গত এখন দেশ।

ঙ)       মহাসাগৰে এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে।

চ) উত্তৰ মহাসাগৰ      বৃত্তৰ অন্তৰ্গত।

ছ) মানুহে গ্ৰহণ কৰা প্ৰায়       শতাংশ খাদ্য আৰু অক্সিজেন সাগৰ-মহাসাগৰৰপৰা আহে।

জ) এছিয়া মহাদেশ        গোলাৰ্ধত অৱস্থিত।

ঝ) জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত     ।

ঞ) ওছেনিয়া মহাদেশ        মণ্ডলত অৱস্থিত।

৩। ‘ক ‘ অংশৰ লগত ‘খ’ অংশ মিলোৱাঁ।

‘ক’ অংশ‘খ’ অংশ
আৰৱ সাগৰআটাইতকৈ সৰু মহাসাগৰ
ভাৰতবৰ্ষদ্বিতীয় বিশালতম মহাসাগৰ
উত্তৰ মহাসাগৰএছিয়া মহাদেশ অন্তৰ্গত
দক্ষিণ মহাসাগৰভাৰত মহাসাগৰৰ অ্তৰ্গত
আটলান্টিক মহাসাগৰচতুৰ্থ বৃহত্তম মহাদেশ
আফ্ৰিকা মহাদেশকুমেৰু অঞ্চলত অৱস্থিত
দক্ষিণ আমেৰিকা মহাদেশনিগ্ৰোসলকৰ বাসস্থান

উত্তৰঃ 

৪। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখাঁ

ক) পৃথিৱীৰ মুঠ কালিৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে।

উত্তৰঃ 

খ) জলভাগ আৰু স্থলভাগ একো একোটা সুকীয়া গোট।

উত্তৰঃ

গ) স্থলভাগৰ অধিকাংশ দক্ষিণ গোলাৰ্ধত আছে।

উত্তৰঃ

ঘ) আটলাণ্টিক মহাসাগৰৰ আকাৰ প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা।

উত্তৰঃ

ঙ) উত্তৰ মহাসাগৰৰ আকৃতি প্ৰায় ঘূৰণীয়া। 

উত্তৰঃ

চ) সাগৰ-মহাসাগৰৰ পানীভাগ স্থিৰ।

উত্তৰঃ

ছ) পৃথিৱীৰ আধাতকৈ বেছি লোক এছিয়া মহাদেশত বাস কৰে।

উত্তৰঃ

জ) পৃথিৱীৰ সবাতোকৈ অধিক জনসংখ্যা থকা দেশখন ইউৰোপ মহাদেশত অৱস্থিত।

উত্তৰঃ

ঝ) আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হ’লে আধা অংশত শীতকাল হয়।

উত্তৰঃ

ঞ) ইউৰোপ মহাদেশ সমমণ্ডলত অৱস্থিত।

উত্তৰঃ

৫। চমু উত্তৰ লিখাঁ (আনুমানিক ২০ ৰপৰা ৩০টা শব্দৰ ভিতৰত)।

ক) পৃথিৱীৰ জলভাগ আৰু স্থলভাগৰ বিষয়ে লিখাঁ। জলভাগ আৰু স্থলভাগৰ পৰিমাণ দেখুৱাই চিত্ৰ আঁকিবা।

উত্তৰঃ

খ) উত্তৰ মহাসাগৰৰ বিষয়ে এটি টোকা লিখাঁ।

উত্তৰঃ

গ) আফ্ৰিকা মহাদেশৰ আধা অংশত গ্ৰীষ্মকাল হ’লে বাকী আধা অংশত শীতকাল হয়। এনে হোৱাৰ কাৰণ কি?

উত্তৰঃ

ঘ) এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে এটি টোকা লিখাঁ।

উত্তৰঃ

ঙ) পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰাঁ।

উত্তৰঃ