AJB Class 5 Social Science | Chapter 16 | পৃথিৱীৰ পৰিৱেশ | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 16

পৃথিৱীৰ পৰিৱেশ

অনুশীলনী 

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

ক) উদ্ভিদে সালোক সংশ্লেষণৰ পিছত কি গেছ এৰি দিয়ে?

উত্তৰঃ

খ) বিষুবীয় অঞ্চলত গৰম কিয় বেছি?

উত্তৰঃ

গ) বিষুবীয় বা নিৰক্ষীয় অঞ্চল বুলিলে কোনটো অঞ্চলক বুজায়?

উত্তৰঃ

ঘ) দুখন বিখ্যাত মৰুভূমিৰ নাম লিখা?

উত্তৰঃ

ঙ) পৃথিৱীৰ সবাতোকৈ বিশাল মৰুভূমিখনৰ নাম কি? 

উত্তৰঃ

চ) মৰুদ্যান কি?

উত্তৰঃ

ছ) তুন্দ্ৰা অঞ্চলত বসবাস কৰা দুটা জনগোষ্ঠীৰ নাম লিখাঁ।

উত্তৰঃ

জ) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ জীৱিকাৰ উপায় কি?

উত্তৰঃ

ঝ) এস্কিম’সকলে সজা বৰফৰ ঘৰক কি বোলে?

উত্তৰঃ

ঞ) সমভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?

উত্তৰঃ

ট) তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?

উত্তৰঃ 

ঠ) মৰুভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?

উত্তৰঃ

ড) জীৱৰ সৃষ্টিৰ বাবে কি কি উপাদানৰ প্ৰয়োজন?

উত্তৰঃ

ঢ) পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ

ণ) পৃথিৱীপৃষ্ঠত থকা দুটা অজৈৱিক উপাদানৰ নাম লিখা। 

উত্তৰঃ

ত) বৰ্ষাৰণ্য কি?

উত্তৰঃ

২। চমুকৈ উত্তৰ দিয়াঁ।

ক) পৰিবেশৰ উপাদানসমূহক কেইটা আৰু কি কি ভাগত ভগোৱা হৈছে?

উত্তৰঃ

খ) পৃথিৱীৰ জীৱসমূহ এটা আনটোৰ ওপৰত কিদৰে নিৰ্ভৰশীল?

উত্তৰঃ

গ) পৰিবেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ

ঘ) পৰিবেশভেদে মানুহৰ খাদ্যভ্যাসৰ পাৰ্থক্যবোৰ লিখাঁ।

উত্তৰঃ

ঙ) পৰিবেশভেদে মানুহৰ বাসস্থান আৰু সাজ-পাৰ কেনেদৰে বেলেগ বেলেগ হয়?

উত্তৰঃ

চ) কোনবোৰ অঞ্চল বেছি গৰমো নহয়, ঠাণ্ডাও নহয়? তেনেবোৰ অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।

উত্তৰঃ

ছ) কোনবোৰ অঞ্চল বৰফাবৃত্ত? তেনে অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।

উত্তৰঃ 

জ) মৰুভূমি কাক বোলে? মৰুভূমি অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।

উত্তৰঃ

ঝ) মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ কাষৰ মানুহৰ বাসস্থান সম্পৰ্কে লিখাঁ।

উত্তৰঃ

ঞ) “পৰিবেশে মানুহৰ খাদ্য অভ্যাসৰ ওপৰত প্ৰভাৱ পেলায়।” চমুকৈ বুজাই লিখাঁ।

উত্তৰঃ

৩। খালী ঠাই পূৰ কৰাঁ।

ক) প্ৰাণীয়ে নিশাহত     গেছ এৰি দিয়ে।

খ) পৃথিৱীখনে নিজৰ কক্ষতলৰ লগত   কোণ কৰি হালি থাকে।

গ) উত্তৰ কানাডাত বাস কৰা লোকসকলক      বোলে।

ঘ) বিষুৱৰেখাৰ কাষৰীয়া অঞ্চলক      বোলে।

৪। চমুটোকা লিখাঁ।

ক) তুন্দ্ৰা অঞ্চল

উত্তৰঃ

খ) পৰিবেশৰ উপাদানসমূহ।

উত্তৰঃ 

৫। পৃথিৱীৰ ভিন ভিন অঞ্চলৰ পৰিৱেশ কিয় ভিন ভিন হয় উদাহৰণ দি বুজাই লিখাঁ। 

উত্তৰঃ