AJB Class 5 Social Science | Chapter 17 | অ’ আমাৰ গাঁও | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 17

অ’ আমাৰ গাঁও

অনুশীলনী 

১। একোটি সম্পূৰ্ণ বাক্যত উত্তৰ দিয়াঁ।

ক) মানৱ সভ্যতাত গাঁৱৰ উৎপত্তিৰ মূল কাৰণ কি?

উত্তৰঃ 

খ) অসমৰ মাজেৰে বৈ যোৱা আটাইতকৈ ডাঙৰ নৈ দুখনৰ নাম লিখাঁ।

উত্তৰঃ

গ) গাঁৱৰ আকাৰ-আকৃতি, মানুহৰ জীৱন-ধাৰণ প্ৰণালী আদি কথাবোৰ কি প্ৰধান কথাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ 

ঘ) ভৈয়াম অঞ্চল মানে কি?

উত্তৰঃ

ঙ) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখাঁ।

উত্তৰঃ

চ) উপাসনা গৃহ কাক বোল?

উত্তৰঃ

ছ) ‘ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়’। 一কথাষাৰৰ বক্তাজন কোন?

উত্তৰঃ 

২। শুদ্ধ নে অশুদ্ধ লিখাঁ।

ক) প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ ফালৰপৰা অসম এখন মনোমোহা ৰাজ্য নহয়।

উত্তৰঃ

খ) ভৈয়াম মানে হ’ল অসমান মাটিৰ অঞ্চল।

উত্তৰঃ

গ) অসমৰ প্ৰায়বোৰ গাঁৱেই একোখন বা তাতোকৈ বেছি সৰু-বৰ নদীৰ ওচৰে-পাজৰে অৱস্থিত।

উত্তৰঃ

ঘ) অসমৰ জলবায়ু অনুসৰি ছেপ্তেম্বৰ-অক্ট’বৰ মাহৰপৰা ফেব্ৰুৱাৰি-মাৰ্চ মাহৰ মাজৰ সময়ছোৱাক গ্ৰীষ্ম কাল বোলে।

উত্তৰঃ

ঙ) গাঁৱৰ নামঘৰসমূহ ধৰ্মীয় উৎসৱ, সভা-সমিতি, নাট-গীত-ভাওনা আদি চৰ্চাৰ মূল কেন্দ্ৰ।

উত্তৰঃ

৩। যথাযথভাৱে উত্তৰ দিয়াঁ।

ক) অসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় কি কি?

উত্তৰঃ

খ) অসমৰ ভৈয়ামৰ গাঁও অঞ্চলৰ জলবায়ুত কি কি ঋতু দেখা যায়?

উত্তৰঃ

গ) কৃষিৰ উপৰিও অসমৰ ভৈয়াম অঞ্চলৰ লোকসকলে  আন কি কি কাম কৰি জীৱিকা নিৰ্বাহ কৰে?

উত্তৰঃ

ঘ) ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ বাট-পথ আৰু যান-বাহনৰ বিষয়ে চমুকৈ লিখাঁ।

উত্তৰঃ

ঙ) ভৈয়াম অঞ্চলৰ গাঁৱৰ উপাসনা গৃহবোৰৰ গুৰুত্বৰ বিষয়ে বুজাই লিখাঁ।

উত্তৰঃ

চ) অসমৰ ভৈয়াম অঞ্চলৰ গাঁৱৰ মানুহৰ তাঁতশাল আৰু কুটীৰ শিল্পৰ বিষয়ে এটি বিৱৰণ লিখাঁ।   

উত্তৰঃ

ছ) ‘ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়।’ মহাত্মা গান্ধীৰ এই কথাষাৰৰ অৰ্থ প্ৰকাশ হোৱাকৈ অসমৰ ভৈয়াম অঞ্চলৰ গাঁৱৰ বিষয়ে এটি আলোচনা আগবঢ়োৱাঁ। (উত্তৰটো প্ৰস্তুত কৰোঁতে শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল’বা)

উত্তৰঃ