AJB Class 5 Social Science | Chapter 6 | বুদ্ধ আৰু মহাবীৰ | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 6

বুদ্ধ আৰু মহাবীৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা । 

( ক ) শাক্যবংশই শাসন কৰা ৰাজ্যখনৰ নাম কি আছিল ? 

উত্তৰঃ 

( খ ) গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল ? 

উত্তৰঃ 

( গ ) বােধিদ্রুম কি ? 

উত্তৰঃ 

( ঘ ) ত্রিপিটক’খন কোন ভাষাত লিখা হৈছিল ? 

উত্তৰঃ

( ঙ ) ‘কৈৱল্য ’ মানে কি ? 

উত্তৰঃ  

( চ ) মহাবীৰৰ মাক – দেউতাকৰ নাম কি আছিল ? 

উত্তৰঃ

( ছ ) মহাবীৰৰ মৃত্যু ক’ত হৈছিল ? 

উত্তৰঃ 

( জ ) জৈন ধর্মৰ ধৰ্মপুথিখন কোন ভাষাত লিখা হৈছিল ? 

উত্তৰঃ 

( ঝ ) জৈন ধৰ্মৰ প্ৰথমজন তীর্থংকৰ কোন আছিল ? 

উত্তৰঃ 

( ঞ ) মহাবীৰ কোনখন ৰাজ্যৰ কোনটো ৰাজবংশৰ উত্তৰাধিকাৰী আছিল ? 

উত্তৰঃ 

২। খালী ঠাই পূৰ কৰা । 

( ক ) বৌদ্ধ ধর্মৰ মূল ধর্ম পুথিখনৰ নাম হ’ল     ।

( খ ) জৈন ধৰ্মৰ প্ৰচাৰকসকলক    বুলি কোৱা হৈছিল । 

( গ )    আছিল শেষ তীর্থংকৰ । 

( ঘ ) বুদ্ধদেৱৰ মৃত্যু     নগৰত ৮০ বছৰ বয়সত হৈছিল । 

( ঙ ) বৰ্দ্ধমানে তপস্যা কৰা পাহাৰটোৰ নাম আছিল   । 

৩। চমু উত্তৰ লিখা । 

( ক ) বৌদ্ধ ধর্মৰ মূলমত বা মূলকথা কি আছিল ?

উত্তৰঃ 

( খ ) জৈন ধৰ্মৰ মূলমন্ত্র কি আছিল ? 

উত্তৰঃ 

৪। সাদৃশ্য লিখা ।

 জৈন ধর্ম আৰু বৌদ্ধ ধর্ম । 

উত্তৰঃ 

৫। উত্তৰ লিখা । 

(ক) গৌতম বুদ্ধৰ জীৱনকালৰ বিষয়ে লিখা । 

উত্তৰঃ 

(খ) মহাবীৰৰ জীৱনকালৰ বিষয়ে লিখা । 

উত্তৰঃ 

(গ) দুয়ােটা ধৰ্মৰ দিনত হােৱা সামাজিক পৰিৱর্তনসমূহ লিখা ।

উত্তৰঃ