AJB Class 5 Social Science | Chapter 7 | ষোড়শ মহাজনপদ | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 7

ষোড়শ মহাজনপদ

১। একোটিকৈ বাক্যত উত্তৰ লিখা । 

(ক) মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি ?

উত্তৰঃ  

(খ) ভাৰতৰ কোনখিনি ঠাই কৃষিৰ বাবে উপযােগী আছিল ?

উত্তৰঃ

(গ) ৰাষ্ট্রৰ ধাৰণা কেনেকৈ হৈছিল ? 

উত্তৰঃ 

(ঘ) প্রসেনজিতৰ ভনীয়েকক কোনে বিয়া কৰাইছিল ? 

উত্তৰঃ 

(ঙ) ১৬ খন মহাজনপদৰ  ভিতৰত স্থায়ীভাৱে থাকি যােৱা  শক্তিশালী মহাজনপদখনৰ নাম কি আছিল ? 

উত্তৰঃ 

(চ) বাসবদত্তা কোন আছিল ? 

উত্তৰঃ 

২। খালী ঠাই পূৰ কৰা । 

(ক) গণৰাজ্যবিলাকৰ ভিতৰত   আছিল মুক্ত গণৰাজ্য ।  

(খ)  কোশল ৰাজ্যত       ফৈদৰ লােকসকলে বাস                         কৰিছিল । 

(গ) কাশী ৰাজ্যৰ ৰাজধানী আছিল      ।

(ঘ) বৎস ৰাজ্যৰ বিখ্যাত ৰজা আছিল   ।

 (ঙ)    ৰ শাসন কালতেই গ্রীক ৰজা আলেকজেণ্ডাৰে  ভাৰতবর্ষ আক্রমণ কৰিছিল । 

৩। চমু উত্তৰ লিখা । 

(ক) জনপদ কাক বােলে ? 

উত্তৰঃ 

(খ) ষােড়শ মহাজনপদৰ সময়ত ভাৰতীয় সমাজলৈ পৰিৱৰ্তন অনা প্রধান কাৰকসমূহ কি কি আছিল ? 

উত্তৰঃ 

 (গ) প্রসেনজিতে কি কি উপায়েৰে ৰাজ্যৰ সীমা বহলাইছিল ? 

উত্তৰঃ 

 (ঘ) ‘বালি’  আৰু ‘ভাগ’ কি আছিল ? 

উত্তৰঃ 

৪। উত্তৰ লিখা । 

(ক) ১৬ খন মহাজনপদ কি কি আছিল ? 

উত্তৰঃ 

(খ) মগধ ৰাজ্যৰ উত্থান সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ 

(গ) ষােড়শ মহাজনপদসমূহৰ অর্থনৈতিক অবস্থা কেনে আছিল  বর্ণনা কৰাঁ। 

উত্তৰঃ 

(ঘ) যােড়শ মহাজনপদৰ সময়ত সমাজলৈ পৰিৱৰ্তন অহাৰ  কাৰণসমূহ লিখা ।

উত্তৰঃ