AJB Class 8 Social Science Chapter 17 | সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 17

সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা

১) পৃথিৱীৰ উপৰিভাগত কিমান ডাল দ্ৰাঘিমাৰেখা কল্পনা কৰি লোৱা হৈছে ?

উত্তৰ ঃ পৃথিৱীৰ উপৰিভাগত 360ডাল দ্ৰাঘিমাৰেখা কল্পনা কৰি লোৱা হৈছে।

২) মুখ্য দ্ৰাঘিমা ৰেখা বুলি কাক কোৱা হয় ?
উত্তৰ ঃ
 0 ডিগ্ৰী দ্ৰাঘিমাৰেখাডালক লণ্ডনৰ ওচৰত থকা গ্ৰিণউইচ মানমন্দিৰৰ ওপৰেৰে  যোৱা বুলি কন্পনা কৰা হৈছে। ইয়াক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় ।

৩) কিহৰ ওপৰত ভিত্তি কৰি পৃথিৱীবাসীয়ে সময় গণনা কৰে ?
উত্তৰ ঃ
 দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি পৃথিৱীবাসীয়ে সময় গণনা কৰে।

৪) পৃথিৱীয়ে কিহৰ পৰা কিহলৈ আৱৰ্তন কৰে ?
উত্তৰ ঃ পৃথিৱীয়ে পশ্চিমৰ পৰা পূৱলৈ আৱৰ্তন কৰে।

৫) কোনটো দিশৰ ঠাইত প্ৰথমে  ৰাতিপুৱা, দুপৰীয়া, গধূলি হয় ?
উত্তৰ ঃ পূব দিশৰ ঠাইত প্ৰথমে  ৰাতিপুৱা, দুপৰীয়া, গধূলি হয় ।

৬) 180 ডিগ্ৰী দ্ৰাঘিমাৰেখাডাল কিহৰ ওপৰেদি গৈছে ?
উত্তৰ ঃ
  180 ডিগ্ৰী দ্ৰাঘিমাৰেখাডাল এলিউছিয়ান আৰু ফিজি দ্বীপপুঞ্জৰ ওপৰেদি গৈছে ।

৭) ৮২/1/2 দ্ৰাঘিমাৰেখাডাল কোনখন ৰাজ্যৰ ওপৰেৰে পাৰ হৈ গৈছে ?
উত্তৰ ঃ৮২/1/2 দ্ৰাঘিমাৰেখাডাল এলাহবাদ ৰাজ্যৰ ওপৰেৰে পাৰ হৈ গৈছে।

৮) গ্ৰীণউইছৰ দ্ৰাঘিমাংশ কিমান ?
উত্তৰ ঃগ্ৰীণউইছৰ দ্ৰাঘিমাংশ হ’ল 0 ডিগ্ৰী ।

৯) 180 ডিগ্ৰী দ্ৰাঘিমাৰেখা ডালক কি বুলি কোৱা হয় ?
উত্তৰ ঃ
 180 ডিগ্ৰী দ্ৰাঘিমাৰেখা ডালক আন্তৰ্জাতিৰ তাৰিখ ৰেখা বুলি কোৱা হয় ।

১০) কিমান চনত আন্তৰ্জাতিক সম্মিলন হৈছিল ?
উত্তৰ ঃ 1886 চনত আন্তৰ্জাতিক সম্মিলন হৈছিল ।

১১) ভাৰতৰপৰা লণ্ডনৰ মাজত ৮২১⁄২ দ্ৰাঘিমাৰেখা থকাত সময়ৰ ব্যৱধান কিমান ?
উত্তৰ ঃ ভাৰতৰপৰা লণ্ডনৰ মাজত ৮২১⁄২ দ্ৰাঘিমাৰেখা থকাত সময়ৰ ব্যৱধান হ’ল 5 ঘন্টা ৩০ মিনিট।

১২) পৃথিৱীখন কি হৈ থকাৰ কাৰণে মধ্য়াহ্ন ভোজন একেলগে নহয় ?
উত্তৰ ঃ পৃথিৱীখন ঘূৰি থকাৰ কাৰণে মধ্য়াহ্ন ভোজন একেলগে নহয় ।

১৩)  ভাৰতৰ পূবত থকা কোন ঠাইত প্ৰথমে পুৱা হয় ?
উত্তৰ ঃ
 ভাৰতৰ পূবত থকা আৰুণাচল ঠাইত প্ৰথমে পুৱা হয়।

১৪) 0 ডিগ্ৰী আৰু 108 ডিগ্ৰী দ্ৰাঘিমাৰেখাডাল মিলি কি হয় ?
উত্তৰ ঃ  0 ডিগ্ৰী আৰু 108 ডিগ্ৰী দ্ৰাঘিমাৰেখাডাল মিলি এটা বৃত্ত হয়।

১৫) এছিয়াৰ পৰা  উত্তৰ আমেৰিকাৰ মাজৰ দৃৰত্ব কিমান ?
উত্তৰ ঃ
  এছিয়াৰ পৰা  উত্তৰ আমেৰিকাৰ মাজৰ দৃৰত্ব হ’ল 60 কিমি.।