Class 4 Assamese Book Chapter 1 | মোৰ দেশ ভাল | MCQs Short Question Answer SCERT School |

Chapter 1

মোৰ দেশ ভাল

১। মোৰ দেশ ভাল কবিতাটিৰ কবিজনৰ নাম কি ?

(ক) অতুলচন্দ্ৰ হাজৰিকা

(খ) নৱকান্ত বৰুৱা

(গ) বাণীকান্ত কাকতি

উত্তৰঃ (ক) অতুলচন্দ্ৰ হাজৰিকা

২। কবিয়ে ‘ সকলো দেশত কৰি মোৰ দেশ ভাল ‘ বুলি গৌৰৱ কৰা দেশ বা ৰাজ্য়খনৰ নাম কি ?

(ক) জাপান দেশ

(খ) ভাৰতবৰ্ষ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ভাৰতবৰ্ষ

৩। অসমৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি ?

(ক) গংগা

(খ) বৰাক

(গ) ব্ৰহ্মপুত্ৰ

উত্তৰঃ (গ) ব্ৰহ্মপুত্ৰ

৪। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম কি ?

(ক) মাজুলী

(খ) উমানন্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মাজুলী

৫। সকলোতকৈ ওখ শৃংগ কোনটো ?

(ক) হিমালয় পৰ্বত

(খ) মাউন্ট এভাৰেষ্ট

(গ) কৈলাশ পৰ্বত

উত্তৰঃ (খ) মাউন্ট এভাৰেষ্ট

৬। চিৰদিন নমস্কাৰ কৰিবলগীয়াক কি বুলি কয় ?

(ক) চিৰনম(গ) চিৰস্মৰণীয়স্কাৰ

(খ) চিৰনমস্য়

(গ) চিৰস্মৰণীয়

উত্তৰঃ (গ) চিৰস্মৰণীয়

৭। চিৰদিন মনত ৰাখিবলগীয়া কি বোলে ?

(ক) চিৰনমস্য়

(খ) চিৰস্মৰণীয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চিৰনমস্য়

৮। কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত কোনবিধ জন্তু বিখ্য়াত ?

(ক) বাঘ

(খ) এশিঙীয়া গঁড়

(গ) সিংহ

উত্তৰঃ (খ) এশিঙীয়া গঁড়

৯। কোন কোন মিলি থাকিবলৈ কবিতাটিত কৈছে ?

(ক) বন্ধু-বান্ধৱী

(খ) ওচৰৰ মানুহৰ লগত

(গ) ভাই-ভনী লগত

উত্তৰঃ (গ) ভাই-ভনী লগত

১০। কবিতাটিত কেইমাহ ফুল ফুলে বুলি কৈছে ?

(ক) ১২ মাহ

(খ) ১০ মাহ

(গ) ৬ মাহ

উত্তৰঃ (ক) ১২ মাহ